দ্য মিজোৰাম প'ষ্ট হৈছে মিজোৰামআইজলৰ পৰা প্ৰকাশিত এখন ইংৰাজী বাতৰি কাকত৷ দ্য মিজোৰাম প'ষ্ট মিজোৰামত সৰ্বাধিক প্ৰচলিত বাতৰি কাকত৷ [1] মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত তথা শিলচৰত মুদ্ৰিত এই কাকত খনৰ সমগ্ৰ আইজলতে জনপ্ৰিয়তা আছে ৷ এই কাকতখন ৫৮১৫৬খনকৈ প্ৰতিটো সংখ্যা প্ৰকাশিত হয় ৷ [2]

দ্য মিজোৰাম প'ষ্ট
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
প্ৰকাশক মিজো পাবলিকেচন প্ৰাইভেট লিমিটেডৰ হৈ চি ভি এল ৰোৱাটা
সম্পাদক নিলোৎপল চৌধুৰী
ভাষা ইংৰাজী
মুখ্য কাৰ্যালয় আইজল
ৱেবছাইট mizorampost.net/

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক