ধিং মহাবিদ্যালয়

অসমৰ মহাবিদ্যালয়

ধিং মহাবিদ্যালয় (ইংৰাজী: Dhing College) হৈছে ১৯৬৫ চনত স্থাপিত অসমধিঙত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1]

ধিং মহাবিদ্যালয়
স্থাপিত ১৯৬৫
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° বিমান হাজৰিকা
স্থান ধিং, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.dhingcollege.in

বিভাগ সম্পাদনা কৰক

বিজ্ঞান সম্পাদনা কৰক

  • প্ৰাণী বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • পদাৰ্থ বিজ্ঞান
  • গণিত

কলা আৰু বাণিজ্য সম্পাদনা কৰক

  • অসমীয়া
  • বঙালী
  • ইংৰাজী
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি
  • ভূগোল
  • বাণিজ্য

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক