ধীৱৰা (সংগীত)

“বাহুবলী: দ্য বিগিনিং”-ৰ গীত

ধীৱৰা (ইংৰাজী: Dhivara; lit.'One with Perseverance') হৈছে এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত ২০১৫ চনত মুক্তিপ্ৰাপ্ত তেলেগু চলচ্চিত্ৰ “বাহুবলী: দ্য বিগিনিং”-ৰ এটি গীত। গীতটিত ৰম্য বেহাৰা আৰু দীপুয়ে কণ্ঠদান কৰিছে৷ ৰামযোগায়া শাস্ত্ৰীয়ে লিখা এই গীতটিৰ সুৰ আৰোপ কৰিছে এম এম কীৰাবাণীয়ে[1][2] গীতটিৰ অধিকাংশ কথা সংস্কৃতত লিখা৷[3]

"ধীৱৰা"

অভিনেত্ৰী তামান্নাহৰ সৈতে গীতটিৰ কভাৰ
ৰম্য বেহাৰা, দীপু-ৰ গীত
মুক্তি পায় ৩১ মে’ ২০১৫
প্ৰকাৰ Filmi, folk-rock, pop-folk
লেবেল লাহৰী মিউজিক
লেখক ৰামযোগায়া শাস্ত্ৰী
সংগীত ভিডিঅ’
"ধীৱৰা" ইউটিউবত

গীতটিৰ ভিডিঅ’ত প্ৰভাসে চিভুদু ওৰফে মহেন্দ্ৰ বাহুবলীৰ চৰিত্ৰত আৰু তামান্নাই অৱন্তিকাৰ চৰিত্ৰত অভিনয় কৰিছে। গীতটিত আৱন্তিকাৰ দৃশ্যৰ পৰা অনুপ্ৰাণিত হৈ পূৰ্বতে অসম্ভৱ বুলি ভবা চিভুদুয়ে জলপ্ৰপাত বগাই যোৱা কামটো সম্পূৰ্ণ কৰে।[4][5] অন্ধ্ৰ প্ৰদেশৰ কুৰণুলত অৱস্থিত অৰভাকাল ৰক গাৰ্ডেন, কেৰেলাৰ থ্ৰিছুৰৰ আথিৰাপিল্লী জলপ্ৰপাত আৰু মহাৰাষ্ট্ৰৰ মহাবলেশ্বৰৰ পশ্চিম ঘাটত এই গীতটিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।

মুক্তি সম্পাদনা কৰক

গীতটি ২০১৫ চনৰ ৩১ মে’ত এলবামখনত থকা অন্যান্য গীতবোৰৰ লগতে মুক্তি পায়৷[6] গীতটিৰ ভিডিঅ’ ২০১৫ চনৰ ২৫ ছেপ্টেম্বৰত টি-চিৰিজ তেলেগুৰ ইউটিউব চেনেলৰ জৰিয়তে মুক্তি পায়৷[7] এই গীতটিয়ে ইউটিউবত ৫৮ মিলিয়নৰো অধিক দৰ্শন লাভ কৰিছে৷[7] গীতটি তামিল ভাষাত ধীৰানে (Deerane),[8] হিন্দী ভাষাত খয়া হে (Khoya Hain)[9][10] আৰু মালয়ালম ভাষাত নজান চেনদেনা (Njan Chendena)[11] শিৰোনামেৰে মুক্তি পায়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Dheevara Lyrics (English) Baahubali". Lyricsol. 30 August 2015. Archived from the original on 18 June 2017. https://web.archive.org/web/20170618023715/http://www.lyricsol.com/dheevara-lyrics-english-baahubali/। আহৰণ কৰা হৈছে: 24 June 2017. 
  2. "Dheevara Song - Baahubali - The Beginning". filmelon. http://www.filmelon.com/movies/baahubali-the-beginning/news/baahubali-the-beginning-updates-dheevara-song-baahubali-the-beginning। আহৰণ কৰা হৈছে: 24 June 2017. [সংযোগবিহীন উৎস]
  3. "What do the Sanskrit lyrics in Dhivara song in Baahubali mean?". Saddahaq. Archived from the original on 30 January 2019. https://web.archive.org/web/20190130053630/https://www.saddahaq.com/what-do-the-sanskrit-lyrics-in-dhivara-song-in-baahubali-mean। আহৰণ কৰা হৈছে: 24 June 2017. 
  4. "Baahubali song Dheevara: Prabhas and Tamannaah's romance by the waterfall is a visual treat!". Bollywood Life. 4 August 2015. http://www.bollywoodlife.com/news-gossip/baahubali-song-dheevara-prabhas-and-tamannaahs-romance-by-the-waterfall-is-a-visual-treat/। আহৰণ কৰা হৈছে: 24 June 2017. 
  5. "Guest Writer Gunnam Gangaraju". Arka Media Works. Archived from the original on 26 September 2017. https://web.archive.org/web/20170926230231/http://arkamediaworks.com/blog/guest-writer-gunnam-gangaraju/। আহৰণ কৰা হৈছে: 25 June 2017. 
  6. Dheerava Audio Song, 31 May 2015, https://www.youtube.com/watch?v=OXA6xZtyhvk 
  7. 7.0 7.1 Dheevara Video Song, 25 September 2015, https://www.youtube.com/watch?v=F67EVY_sg4E 
  8. M. M. Keeravani (24 June 2015). "Baahubali – The Beginning (Tamil) [Original Motion Picture Soundtrack"]. iTunes. https://itunes.apple.com/in/album/baahubali-beginning-tamil/id1011776339। আহৰণ কৰা হৈছে: 12 December 2016. 
  9. "Manohari Hindi song". Hungama. http://www.hungama.com/song/manohari/15001601/। আহৰণ কৰা হৈছে: 24 June 2017. 
  10. M. M. Keeravani. "Baahubali – The Beginning (Hindi) [Original Motion Picture Soundtrack"]. iTunes. https://itunes.apple.com/in/album/baahubali-beginning-hindi/id1014309546। আহৰণ কৰা হৈছে: 12 December 2016. 
  11. Manorama Music Songs (4 July 2015). "Baahubali (Malayalam) - All songs audio JukeBox". https://www.youtube.com/watch?v=4Zb8nqhxnEg.