ধুবুৰী-ফুলবাৰী দলং

ভাৰতৰ আটাইতকৈ বৃহতম দলং

ধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতঅসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণাধীন এখন দলং।[1]

ধুবুৰী-ফুলবাৰী দলং
তদাৰক সংস্থা উত্তৰ-পূব সীমান্ত ৰেলৱে
মুঠ দৈৰ্ঘ্য প্ৰায় ২০ কিলোমিটাৰ
নিৰ্মাণকৰ্তা জাপান আন্তঃৰ্জাতিক সহযোগী সংস্থা
নিৰ্মাণ ব্যয় Rs. ৪৯৯৭ কোটি

ধুবুৰী-ফুলবাৰী দলংখন ২০২৬–২৭ চনৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে, এয়া নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলোমিটাৰতকৈ বেছি। বাংলাদেশ সীমান্তৰ নিচেই ওচৰত অৱস্থিত এই নিৰ্মাণাধীন দলংখন অসমধুবুৰীৰ সৈতে মেঘালয়ৰ ফুলবাৰীৰ লগত সংযুক্ত কৰিব, যিটো ১২৭ বি নং ৰাষ্ট্ৰীয় ঘাই পথৰ এক বিচ্ছিন্ন সংযোগ। সামৰিক কাম-কাজ ২০১৯-২০২০ ত আৰম্ভ হয়।[2][3] এই দলঙৰ কাম জাপান আন্তৰ্জাতিক সহযোগিতা সংস্থাৰ দ্বাৰা অৰ্থায়ন কৰা হৈ আছে আৰু এইটো এনএইচআইডিচিএল-ৰ দ্বাৰা কাৰ্যকৰ কৰা হ’ব। এইখন ভাৰতৰ ব্ৰহ্মপুত্ৰ নদৰ ওপৰত প্ৰস্তাৱিত ৬খন দলংৰ মাজত এখন৷[4]

ধুবুৰী ফুলবাৰী দলংৰ কৰ্মশাল

বৈশিষ্ট্য সম্পাদনা কৰক

  • দৈৰ্ঘ্য: ১৯.৩ কিঃমিঃ
  • ভাৰতৰ দীৰ্ঘতম দলং

তথ্য সংগ্ৰহ সম্পাদনা কৰক