ধুবুৰী ছোৱালী মহাবিদ্যালয়

অসমৰ মহিলা শিক্ষানুষ্ঠান

ধুবুৰী ছোৱালী মহাবিদ্যালয় (ইংৰাজী: Dhubri Girls' College) ১৯৮৩ চনত স্থাপিত অসমধুবুৰীত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ মহিলা শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।

ধুবুৰী ছোৱালী মহাবিদ্যালয়
স্থাপিত ১৯৮৩
ধৰণ ৰাজহুৱা
অধ্যক্ষ মুলতুফা বেগম
স্থান ধুবুৰী, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.dgcollegedhubri.org

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক