ন'বেল বঁটা (১৯৮৯)

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

১৯৮৯ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

পদাৰ্থ বিজ্ঞান
নৰ্মান এফ. ৰাম্‌ছে
Norman F. Ramsey
 আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথকীকৃত কম্পন ক্ষেত্ৰ প্ৰণালীৰ আৱিষ্কাৰ আৰু হাইড্ৰ'জেন মেজাৰ আৰু অন্যান্য পাৰমাণু ঘড়ীত ইয়াৰ ব্যৱহাৰৰ বাবে
("for the invention of the separated oscillatory fields method and its use in the hydrogen maser and other atomic clocks")
ৰসায়ন বিজ্ঞান
ছিড্‌নী অল্টমেন
Sidney Altman
 কানাডা
 আমেৰিকা যুক্তৰাষ্ট্ৰ
RNA-ৰ অনুঘটণ ধৰ্মৰ আৱিষ্কাৰৰ বাবে
("for their discovery of catalytic properties of RNA")
থমাছ আৰ. চেক
Thomas R. Cech
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ফিজিঅ'লজী বা মেডিচিন
জে. মাইকেল বিশ্বপ
J. Michael Bishop
 আমেৰিকা যুক্তৰাষ্ট্ৰ কেন্সাৰ সৃষ্টিকাৰী ৰেট্ৰ'ভাইৰেল জিনৰ কোষীয় মূল আৱিষ্কাৰৰ বাবে
("for their discovery of the cellular origin of retroviral oncogenes")
হেৰ'ল্ড ই. ভাৰ্মাছ
Harold E. Varmus
 আমেৰিকা যুক্তৰাষ্ট্ৰ
সাহিত্য
কেমিল' জোছ চেলা
Camilo José Cela
 স্পেইন সমৃদ্ধ আৰু তীক্ষ্ণ গদ্যৰ বাবে, যিয়ে নিয়ন্ত্ৰিত মমতাৰে মানৱৰ ভংগুৰতাক প্ৰত্যাহ্বান কৰা দৃশ্য অংকন কৰে
("for a rich and intensive prose, which with restrained compassion forms a challenging vision of man's vulnerability")
ন'বেল শান্তি বঁটা
চতুৰ্দশ দালাই লামা (টেনজিং গিয়াত্‍ ছো)
The 14th Dalai Lama (Tenzin Gyatso)
 তিব্বত তিব্বতৰ স্বাধীনতাৰ বাবে চলাই অহা সংগ্ৰাম আৰু তাৰ বাবে শান্তিপূৰ্ণ পথ অৱলম্বন কৰাৰ বাবে [1]
( "the struggle of the liberation of Tibet and the efforts for a peaceful resolution")
অৰ্থনীতি বিজ্ঞান
ট্ৰাইগ্‌ভি হেভে্‌ল্ম'
Trygve Haavelmo
 নৰৱে অৰ্থমিতিৰ সম্ভৱানীয়তা তত্বৰ বুনিয়াদ নিশ্চিত কৰা আৰু তেখেতৰ যুগপৎ অৰ্থনৈতিক গাঁঠনিৰ বিশ্লেষণৰ বাবে
("for his clarification of the probability theory foundations of econometrics and his analyses of simultaneous economic structures")

তথ্য সংগ্ৰহ সম্পাদনা কৰক

* "List of All Nobel Laureates 1989". Nobelprize.org. আহৰণ কৰা তাৰিখ: ১৬ অক্টোবৰ ২০১৩

বাহ্যিক সংযোগ সম্পাদনা কৰক

*ন’বেল ফাউণ্ডেশ্যনৰ প্ৰাতিষ্ঠানিক ৱেবছাইট