নক্সা ধেমাজি জিলাৰ পৰা প্ৰকাশিত আৰু ডিব্ৰুগড়ৰ পৰা মুদ্ৰিত সাহিত্য-সংস্কৃতি বিষয়ক দুমহীয়া এখন ক্ষুদ্ৰ আলোচনী। আলোচনীখনৰ প্ৰতিটো সংখ্যাই নিৰ্ধাৰিত বিষয় এটাক মূল বিষয় হিচাপে লৈ প্ৰকাশ পাই আহিছে।[1] আলোচনীখনৰ আই এচ এচ এন নং হ'ল: ISSN 2319-5193।

নক্সা
সম্পাদক নৱ কুমাৰ চমুৱা
প্ৰকাশনৰ হাৰ দুমহীয়া (অনিয়মীয়া)
প্ৰকাশক নক্সা, প্ৰিণ্ট এণ্ড পাব্লিকেশ্বন, ডিব্ৰুগড় আৰু ধেমাজি
প্ৰথম সংখ্যা জানুৱাৰী-ফেব্ৰুৱাৰী, ২০১২
দেশ ভাৰত
ভাষা অসমীয়া
ISSN সংখ্যা 2319-5193

'নক্সা....দ্য ফ্ৰেম এণ্ড ফাউণ্ডেশ্যন' নামৰ এটি সদ্য প্ৰতিষ্ঠিত সামাজিক সংস্থাৰ দ্বাৰা সাহিত্য চৰ্চাৰ উদ্যম হিচাপে ইতিমধ্যে ২০১২ চনৰ জানুৱাৰীৰ পৰা প্ৰকাশ হৈ আহিছে এই দুমহীয়া আলোচনী নক্সাৰ।[1]

আলোচনীখনৰ সংখ্যাসমূহ সম্পাদনা কৰক

  • প্ৰথম বছৰ, প্ৰথম সংখ্যা, জানুৱাৰী-ফেব্ৰুৱাৰী, ২০১২
  • প্ৰথম বছৰ, দ্বিতীয় সংখ্যা, মাৰ্চ-এপ্ৰিল, ২০১২
  • প্ৰথম বছৰ, তৃতীয় সংখ্যা, মে’-জুন, ২০১২
  • প্ৰথম বছৰ, চতুৰ্থ সংখ্যা, জুলাই-আগষ্ট, ২০১২
  • প্ৰথম বছৰ, পঞ্চম সংখ্যা, চেপ্তম্বৰ-অক্টোবৰ, ২০১২
  • প্ৰথম বছৰ, ষষ্ঠ সংখ্যা, নবেম্বৰ-ডিচেম্বৰ, ২০১২

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 নক্সা, নিৰ্বাচিত ৰচনা ২০১২ - ১০১৮. প্ৰকাশক ডিব্ৰুগড়: নক্সা, প্ৰিণ্ট এণ্ড পাব্লিকেশ্বন. ডিচেম্বৰ ২০২২. পৃষ্ঠা. ১৯৩ - ২১৫. ISBN 978-93-5777-634-9.