নঙলামী বা গ্ৰঙলী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তানত স্থিত। জেমিয়াকী ভাষাকো আগতে নঙলামীৰেই উপভাষা মনা হৈছিল, কিন্তু পুনৰ্বিবেচনাৰ আধাৰত সেই ভাষানূৰিস্তানী ভাষাসমূহৰ অন্যতমহে গণ্য কৰা হৈছে, ৱাইগালী ভাষাৰ নিকটৱৰ্তী।

নঙলামী
গ্ৰঙলী
থলুৱা অঞ্চল আফগানিস্তান
স্থানীয় ভাষিক
e18
ভাষা পৰিয়াল
উপভাষা *গ্ৰঙলী
  • নঙলামী [বিলুপ্ত]
ভাষা সংকেত
ISO 639-3 nli
গ্লোটোলগ gran1245[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Grangali". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/gran1245.