নটৰ ডেম কলেজ (বঙালী: নটর ডেম কলেজ, ইংৰাজী: Notre Dame College) বাংলাদেশঢাকাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৪৯ চনত এইখন চেণ্ট গ্ৰেগৰী কলেজ হিচাপে স্থাপন কৰা হৈছিল। নটৰ ডেম কলেজত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা ডিগ্ৰী পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।

নটৰ ডেম কলেজ
বঙালী: নটর ডেম কলেজ

ফাদাৰ টিম ভৱন
মূলমন্ত্ৰ Diligite Lumen Sapientiae
স্থাপিত ১৯৪৯
ধৰণ বেচৰকাৰী মহাবিদ্যালয়
অধ্যক্ষ ড° ফাদাৰ হেমন্ত পিউছ ৰোজাৰিঅ', চিএচচি[1]
শিক্ষাৰ্থী ৬৪০০
স্থান ঢাকা, বাংলাদেশ
পূৰ্বৰ নাম চেণ্ট গ্ৰেগৰী কলেজ
উপনাম এন.ডি.চি
ভুক্তি
ৱেবছাইট notredamecollege-dhaka.com
নটৰ ডেম কলেজৰ প্ৰতীক.svg
ঢাকাৰ নটৰ ডেম কলেজৰ সৈতে এখন চিনেমাটোগ্ৰাফী

অধ্যক্ষৰ তালিকাসম্পাদনা কৰক

ক্ৰমিক নং অধ্যক্ষ কাৰ্যকাল
জন হ্যাৰিংটন ১৯৪৯–১৯৫৪
জেমছ মাৰ্টিন ১৯৫৪–১৯৬০
থিওটোনিয়াছ অমল গাঙ্গুলী মাৰ্চ ১৯৬০ – অক্টোবৰ ১৯৬০
উইলিয়াম গ্ৰাহাম ১৯৬০–১৯৬৭
জন ভ্যাণ্ডেন বোস ১৯৬৭–১৯৬৯
জোছেফ পিশোতো ১৯৬৯–১৯৭০
ৰিচাৰ্ড উইলিয়াম টিম[2] ১৯৭০–১৯৭১
অ্যামব্ৰোছ হুইলাৰ ১৯৭১–১৯৭৬
জোছেফ পিশোতো ১৯৭৬–১৯৯৮
১০ বেঞ্জামিন কস্তা ১৯৯৮–২০১২
১১ হেমন্ত পিউছ ৰোজাৰিঅ'[1] ২০১২–

তথ্য উৎসসম্পাদনা কৰক

বাহ্যিক লিংকসম্পাদনা কৰক