মূল মেনু খোলক

খতমে নবুওৱত (নবুয়ত) হ'ল ইছলামী শ্বৰীয়তৰ এটা গুৰুত্বপূৰ্ণ বিষয়। ইছলামী পৰিভাষামুহাম্মাদ(ছাঃ) হ'ল সৰ্বশেষ নবী আৰু ৰাছুল, এই বিশ্বাসকেই খতমে নবুওৱত বোলা হয়।

ধাৰণাসম্পাদনা কৰক

খতমে নবুওৱত(আৰবী:‎ﺧَﺗَﻢَ ﻨَّﺒِﻭَ‏‎) শব্দটো আৰবী শব্দ ‎ﺧَﺗَﻢَ‏ ‎(শেষ, সমাপ্তি) আৰু ‎ﻨَّﺒِﻭَ‏‎ (নবুওৱত, পয়গম্বৰী, নবীত্ব) ইয়াৰ সমন্বয়ৰে গঠিত। বাস্তৱিকতে খতমে নবুওৱতৰ অৰ্থ নবীসকলৰ সমাপ্তি। ইছলামী শ্বৰীয়ত অনুযায়ী মুহাম্মাদ (ছাঃ) শেষ নবী ইয়াক বিশ্বাস কৰা। অৰ্থাৎ মুহাম্মাদ(ছাঃ) হ'ল শেষ নবী ইয়াক মানি লোৱা। কিয়নো ইছলামৰ মূলবাণী হ'লঃ

 
ইছলামৰ মূলকথাঃ লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছূলুল্লাহ (ছাঃ) অৰ্থঃ আল্লাহ অবিহনে কোনো মা'বুদ নাই, মুহাম্মাদ (ছাঃ) আল্লাহৰাছুল