নাহৰকটীয়া মহাবিদ্যালয়

নাহৰকটীয়া মহাবিদ্যালয় (ইংৰাজী: Naharkatiya College) কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল।[1] নাহৰকটীয়া মহাবিদ্যালয়খন ১৯৬৪ চনত স্থানীয় জনসাধাৰণৰ উদ্যোগত প্ৰতিষ্ঠিত হৈছিল। চহৰৰ শান্তিময় পৰিৱেশত থকা এই মহাবিদ্যালয়খন নাহৰকটীয়াৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত অৱস্থিত৷

নাহৰকটীয়া মহাবিদ্যালয়
স্থাপিত ১৯৬৪
ধৰণ মহাবিদ্যালয়
ধৰ্মীয় ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ কোঁৱৰ
স্থান নাহৰকটীয়া, অসম, ভাৰত ভাৰত
27°28′N 95°33′E / 27.467°N 95.55°E / 27.467; 95.55স্থানাংক: 27°28′N 95°33′E / 27.467°N 95.55°E / 27.467; 95.55
ৱেবছাইট naharkatiyacollege.com

অন্তৰ্ভুক্ত আৰু স্বীকৃতি সম্পাদনা কৰক

মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত, উপধাৰা ২ (F) আৰু ১২ (B) -ৰ অধীনত বিশ্ববিদ্যালয় মঞ্জুৰি কমিশন (University Grants Commission) -ৰ দ্বাৰা স্বীকৃত আৰু বেঙ্গালুৰুৰ 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment & Accreditation Council চমুকৈ NAAC) -ৰ দ্বাৰা অনুমোদিত।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক