নিউজ ১৮ অসম নৰ্থ ইষ্ট
এইখন পৃষ্ঠাত অনুপযুক্ত স্ব-প্ৰকাশিত উৎস কিছুমান উল্লেখ কৰা হৈছে। |
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
নিউজ ১৮ অসম নৰ্থ ইষ্ট (ইংৰাজী: News18 Assam North East) অসমৰ এক ২৪ ঘণ্টীয়া ছেটেলাইট বাতৰি চেনেল। ২০১৬ চনৰ ২৪ জুন তাৰিখে এই চেনেলৰ উদ্বোধন হয়। এই চেনেলটোৰ গৰাকী নেটৱৰ্ক১৮ গোষ্ঠী।[1] ইয়াত মূলতঃ অসমীয়া ভাষাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খবৰৰ উপৰিও দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰো পৰিৱেশন কৰা হয়।
নিউজ ১৮ অসম নৰ্থ ইষ্ট News18 অসম North East | |
---|---|
নিউজ ১৮ অসম নৰ্থ ইষ্টৰ ল'গ' | |
উদ্বোধন | ২৪ জুন, ২০১৬ |
গৰাকী | নেটৱৰ্ক ১৮ |
শ্ল'গান | আমাৰ পৰিধি, আপোনাৰ শক্তি |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
ভগ্নী কেন্দ্ৰসমূহ | চি এন এন-নিউজ ১৮ নিউজ ১৮ ইণ্ডিয়া নিউজ ১৮ কেৰালা নিউজ ১৮ তামিল নাডু নিউজ ১৮ বাংলা নিউজ ১৮ লোকমত |
ৱেবছাইট | news18assam.com |
উপলদ্ধতা | |
কৃত্ৰিম উপগ্ৰহ | |
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল নং ৬৪৪ |
ডিছ টিভি (ভাৰত) | চেনেল নং ১৫৩৩ |
টাটা স্কাই (ভাৰত) | চেনেল নং ১৯৭১ |
ৰিলায়েন্স ডিজিটেল টিভি (ভাৰত) | চেনেল নং ৯৬৭ |
ভিডিঅ'কন ডি টু এইচ (ভাৰত) | চেনেল নং ৮৫২ |
উল্লেখযোগ্য অনুষ্ঠান
সম্পাদনা কৰক- দ্ৰুত সংবাদ
- দিনটোৰ শিৰোনাম
- গাঁও চহৰ জিলাৰ খবৰ
- অপৰাধনামা
- দ্য প্ৰাইম শ্ব'
- প্ৰাইম ডিবেট
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "আনুষ্ঠানিক ৱেবছাইট". News18. https://assam.news18.com/। আহৰণ কৰা হৈছে: মে' 1, 2021.