নিউজ ১৮ অসম নৰ্থ ইষ্ট

(নিউজ ১৮ অসম/নৰ্থ-ইষ্টৰ পৰা পুনঃনিৰ্দেশিত)

নিউজ ১৮ অসম নৰ্থ ইষ্ট (ইংৰাজী: News18 Assam North East) উত্তৰ-পূব ভাৰতৰ এক ২৪ ঘণ্টীয়া ছেটেলাইট নিউজ চেনেল। ২০১৬ চনৰ ২৪ জুন তাৰিখে এই চেনেলৰ উদ্বোধন হয়। এই চেনেলটো নেটৱৰ্ক১৮ গোষ্ঠীৰ।[1] ইয়াত অসমীয়া আৰু ইংৰাজী ভাষাত অসম তথা উত্তৰ-পূব ভাৰতৰ খবৰৰ উপৰিও দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰো পৰিৱেশন কৰা হয়।

নিউজ ১৮ অসম নৰ্থ ইষ্ট
News18 অসম North East
নিউজ ১৮ অসম নৰ্থ ইষ্টৰ ল'গ'
উদ্বোধন ২৪ জুন, ২০১৬
গৰাকী নেটৱৰ্ক ১৮
শ্ল'গান আমাৰ পৰিধি, আপোনাৰ শক্তি
দেশ ভাৰত
ভাষা অসমীয়া, ইংৰাজী
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ চি এন এন-নিউজ ১৮
নিউজ ১৮ ইণ্ডিয়া
নিউজ ১৮ কেৰালা
নিউজ ১৮ তামিল নাডু
নিউজ ১৮ লোকমত
ৱেবছাইট news18assam.com
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল নং ৬৪৪
ডিছ টিভি (ভাৰত) চেনেল নং ১৫৩৩
টাটা স্কাই (ভাৰত) চেনেল নং ১৯৭১
ৰিলায়েন্স ডিজিটেল টিভি (ভাৰত) চেনেল নং ৯৬৭
ভিডিঅ'কন ডি টু এইচ (ভাৰত) চেনেল নং ৮৫২

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "আনুষ্ঠানিক ৱেবছাইট". News18. http://www.news18.com/newstopics/assam.html। আহৰণ কৰা হৈছে: মে' 1, 2021.