নিধিৰাম ফাৰৱেল
এই প্ৰবন্ধ বা অনুচ্ছেদ নিধি লেভি ফাৰৱেল নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
নিধিৰাম ফাৰৱেল (ইংৰাজী: Nidhiram Pharrell) হৈছ এগৰাকী খ্ৰীষ্টধৰ্ম প্ৰচাৰক।[1]
নিধিৰাম ফাৰৱেল | |
---|---|
জন্ম | ১৮২৩ তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ সূতাৰ গাঁৱত |
মৃত্যু | ১৮৭৩ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰক- নিধিৰাম ফাৰৱেলৰ জন্ম হয় তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ সূতাৰ গাঁৱত।
- ১৮৪১ খ্ৰীষ্টাব্দত বুঢ়িদিহিঙত এওঁ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে ব্ৰন্সন চাহাবৰ পৰা।[2]
শিক্ষা
সম্পাদনা কৰক- মিছনেৰীসকল সহায়তে এওঁ শিক্ষা লাভ কৰে আৰু কালক্ৰমত এজন প্ৰধান খ্ৰীষ্টধৰ্ম প্ৰচাৰক হৈ পৰে।উদ্ধৃতি ত্ৰুটি:
</ref>
বন্ধ কৰা হৈছে;<ref>
টেগৰ বাবে পোৱা নাই
সম্পাদিত গ্ৰন্থ
সম্পাদনা কৰকসৃষ্টিশীল গ্ৰন্থ
সম্পাদনা কৰক- অৰুনোদই ত এওঁ ন‚ল,ফ, নামত প্ৰবন্ধ, পদ্য, বুৰঞ্জী আৰু অনুবাদ আদি লিখাৰ উপৰিও খ্ৰীষ্টধৰ্ম সম্পৰ্কীয় পুস্তিকা আৰু ‘পদাৰ্থ-সাৰ' (১৮৫৫) নামে এখন পুথি প্ৰকাশ কৰিছিল।[3]