নিধিৰাম ফাৰৱেল (ইংৰাজী: Nidhiram Pharrell) হৈছে খ্ৰীষ্টধৰ্ম প্ৰচাৰক।[1]

নিধিৰাম ফাৰৱেল
জন্ম ১৮২৩
তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ সূতাৰ গাঁৱত
মৃত্যু ১৮৭৩
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

  1. নিধিৰাম ফাৰৱেলৰ জন্ম হয় তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ সূতাৰ গাঁৱত।
  2. ১৮৪১ খ্ৰীষ্টাব্দত বুঢ়িদিহিঙত এওঁ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে ব্ৰন্সন চাহাবৰ পৰা।[2]

শিক্ষা সম্পাদনা কৰক

  1. মিছনেৰীসকল সহায়তে এওঁ শিক্ষা লাভ কৰে আৰু কালক্ৰমত এজন প্ৰধান খ্ৰীষ্টধৰ্ম প্ৰচাৰক হৈ পৰে।উদ্ধৃতি ত্ৰুটি: </ref> বন্ধ কৰা হৈছে; <ref> টেগৰ বাবে পোৱা নাই

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

সৃষ্টিশীল গ্ৰন্থ সম্পাদনা কৰক

  1. অৰুনোদই ত এওঁ ন‚ল,ফ, নামত প্ৰবন্ধ, পদ্য, বুৰঞ্জী আৰু অনুবাদ আদি লিখাৰ উপৰিও খ্ৰীষ্টধৰ্ম সম্পৰ্কীয় পুস্তিকা আৰু ‘পদাৰ্থ-সাৰ' (১৮৫৫) নামে এখন পুথি প্ৰকাশ কৰিছিল।[3]

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা,প্ৰকাশ ২০১১, জুন,পৃষ্ঠা নং - ২৫৫
  2. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা,প্ৰকাশ ২০১১, জুন,পৃষ্ঠা নং - ২৫৫
  3. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা,প্ৰকাশ ২০১১, জুন,পৃষ্ঠা নং - ২৫৫