নিবন্ধ ঊনবিংশ (গ্ৰন্থ)
নিবন্ধ ঊনবিংশ এখন প্ৰবন্ধধৰ্মী সমালোচনামূলক গ্ৰন্থ৷ গ্ৰন্থখনৰ লিখক যোগেন্দ্ৰনাৰায়ণ ভূঞা৷ ২০০৭ চনৰ নৱেম্বৰ মাহত অসম প্ৰকাশন পৰিষদৰপৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয়৷ গ্ৰন্থখনত সৰ্মমুঠ ১৯ টা প্ৰবন্ধ আছে৷[1]
নিবন্ধ ঊনবিংশ | |
---|---|
লেখক | যোগেন্দ্ৰনাৰায়ণ ভূঞা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | প্ৰবন্ধ সংকলন |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
অধ্যায় সমূহ
সম্পাদনা কৰক- আনন্দৰাম ঢেকিয়াল ফুকন আৰু তেওঁৰ সমকালীন অসম
- আধুনিক অসমীয়া ভাষা-সাহিত্য আৰু মিছনেৰীসকল
- ঊনবিংশ শতিকাত নগাঁৱৰ নাট্য-পৰিৱেশ
- জোনাকীৰ প্ৰসঙ্গত
- বাঁহী
- জোনাকী,বাঁহী আৰু বেজবৰুৱা
- অসম সাহিত্য সভা
- অসম সাহিত্য সভা আৰু বেজবৰুৱা
- গ্ৰন্থৰ বৰ্তমান আৰু অসম সাহিত্য সভাৰ গ্ৰন্থ-আন্দোলন
- অসমীয়াৰ ভাৰত-চেতনাঃ আভাস
- কেইখনমান অসমীয়া কাকত-আলোচনীৰ ভূমিকা
- বেজবৰুৱাৰ-প্ৰতিষ্ঠাপনত মহেশ্বৰ নেওগ
- কীৰ্তন ঘোষা আৰু নামঘোষাৰ তাত্ত্বাৰ্থ
- যজ্ঞেশ্বৰ শৰ্মাৰ সংস্কৃত ভেটি আৰু ৰচনাৰীতি
- দুখন ক্ষেত্ৰত মহেশ চন্দ্ৰ দেৱগোস্বামী
- চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ‘পিতৃ-ভিঠা
- বুঢ়ী আইৰ সাধু
- এটি সাঁথৰৰ কথা
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ যোগেন্দ্ৰনাৰায়ণ ভূঞা (২০০৭). ঊনবিংশ শতিকা. প্ৰকাশক গুৱাহাটী. পৃষ্ঠা. আগকথা.