নিশা আগৰৱাল

ভাৰতীয় অভিনেত্ৰী

নিশা আগৰৱাল (ইংৰাজী: Nisha Aggarwal) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলেগু, তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ দক্ষিণ ভাৰতীয় অভিনেত্ৰী কাজল আগৰৱালৰ সৰু ভনী।[2][3]

নিশা আগৰৱাল
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
সক্ৰিয় হৈ থকা সময় ২০১০—২০১৪
দাম্পত্যসঙ্গী কৰণ ভেলেছা[1]
সন্তান
আত্মীয়-স্বজন কাজল আগৰৱাল (ভনী)

কৰ্মজীৱন সম্পাদনা কৰক

২০১০ চনৰ শেষৰ পিনে, কাজল আগৰৱালে ঘোষণা কৰিছিল যে, নিশা তেলেগু চলচ্চিত্ৰত অভিনয়ৰ বাবে পদাৰ্পণ কৰিব।[4] তেওঁৰ প্ৰথম ৰোমাণ্টিক নাটকৰ চলচ্চিত্ৰ আছিল য়েমৈন্দী ই ভেলা, যিখন বক্স অফিচত সফল হৈছিল[5] তেওঁ অভিনয়ৰ বাবে সমালোচকসকলোৰ দ্বাৰা প্ৰশংসিত হৈছিল।[6] ইয়াৰ পিছত তেওঁৰ ছবি আছিল চলো, যি ২০১১ চনৰ শেষৰপিনে মুক্তিলাভ কৰিছিল আৰু তাত তেওঁক এগৰাকী মেডিকেল কলেজৰ ছাত্ৰী হিচাপে দেখুৱাইছিল, ৰেডিফৰ এগৰাকী পৰ্যালোচকে লিখিছিল যে, "proves her acting talents in the second half, especially the climax".[7]

তেওঁ তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল 'য়েমৈন্দী ই ভেলা'ৰ ২০১২ চনৰ ৰিমেক ছবি 'ষ্টাম'ত।[8] যিখন বক্স অফিচত সফল নহ’ল।[9] ২০১৩ চনত তেওঁ 'সুকুমাৰুদু'ত আদি আৰু ভাবনা ৰূপাৰেলৰ বিপৰীতে “চাটপাটা গাঁৱৰ ছোৱালী” হিচাবে উপস্থিত হৈছিল।[10] সেই বছৰ পিছত তেওঁ 'সাৰদাগা আম্মায়িতো' নামৰ এখন চলচ্চিত্ৰত অভিনয় কৰিছিল য’ত তেওঁক 'য়েমৈন্দী ই ভেলা'ৰ সহ-অভিনেতা বৰুণ সন্দেশৰ সৈতে পুনৰ দেখা গৈছিল। ২০১৪ চনত, তেওঁ 'ভাইয়া ভাইয়া' জৰিয়তে মালয়ালম চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল, য’ত তেওঁ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ছোৱালী এঞ্জেলৰ চৰিত্ৰত অভিনয় কৰিছিল।[11] তেওঁ আৰু এখন মালয়ালম চলচ্চিত্ৰ 'কাজিনচ্‌'ৰ বাবে সাক্ষৰ কৰিছিল।[12]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

নিশা আগৰৱাল ২০১৩ চনৰ ২৮ ডিচেম্বৰত মুম্বাইৰ ব্যৱসায়ী কৰণ ভেলেছাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[13] ২০১৮ চনৰ ২৭ অক্টোবৰত তেওঁৰ পুত্ৰ ঈশান ভেলেছাৰ জন্ম হয়।[14][15]

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
২০১০ য়েমৈন্দী ই ভেলা অৱন্তিকা তেলেগু আত্মপ্ৰকাশ
২০১১ চলো বৈষ্ণৱী তেলেগু
২০১২ ষ্টাম সন্ধ্যা তামিল য়েমৈন্দী ই ভেলাৰ ৰিমেক চলচ্চিত্ৰ; তামিলত আত্মপ্ৰকাশ
২০১৩ সুকুমাৰুদু সনকাৰী তেলেগু
২০১৩ সাৰদাগা আম্মায়িতো গীতা তেলেগু
২০১৪ ভাইয়া ভাইয়া এঞ্জেল মালয়ালম মালয়ালমত আত্মপ্ৰকাশ
২০১৪ কাজিনচ্‌ মল্লিকা মালয়ালম

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Sandeep Atreysa (22 October 2013). "Nisha Aggarwal to marry in December". Deccan Chronicle (archive.is). Archived from the original on 16 September 2014. https://archive.today/20140916121953/http://archives.deccanchronicle.com/131022/entertainment-tollywood/article/nisha-aggarwal-marry-december। আহৰণ কৰা হৈছে: 28 September 2017. 
  2. "Kajal Agarwal's sis to make entry". IndiaGlitz. 12 December 2009. http://www.indiaglitz.com/kajal-agarwals-sis-to-make-entry-tamil-news-52577.html। আহৰণ কৰা হৈছে: 28 September 2017. 
  3. Deepa Soman (16 May 2014). "Being Kajal's sister helped me: Nisha Aggarwal". The Times of India. TNN. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news-and-interviews/Being-Kajals-sister-helped-me-Nisha-Aggarwal/articleshow/35199892.cms। আহৰণ কৰা হৈছে: 28 September 2017. 
  4. "Kajal Agarwal Introduces her younger sister Nisha Agarwal". Telugu.way2movies.com. Archived from the original on 1 August 2020. https://web.archive.org/web/20200801221156/http://telugu.way2movies.com/videossingle_telugu/Kajal-Agarwal-Introduces-her-Sister-Nisha-Agarwal-9-73346.html। আহৰণ কৰা হৈছে: 28 September 2017. 
  5. Sunita Chowdhary (15 July 2012). "High calibre - Hyderabad". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/high-calibre/article3640957.ece। আহৰণ কৰা হৈছে: 28 September 2017. 
  6. "Yemaindi Ee Vela film review – Varun Sandesh & Nisha Agarwal". Idlebrain.com. 12 November 2010. http://www.idlebrain.com/movie/archive/mr-yemaindieevela.html। আহৰণ কৰা হৈছে: 31 July 2012. 
  7. "Review: Solo is a one time watch". Rediff.com. 25 November 2011. http://www.rediff.com/movies/review/review-south-solo-is-a-one-time-watch/20111125.htm। আহৰণ কৰা হৈছে: 28 September 2017. 
  8. P Sangeetha (16 January 2017). "I’m Kajal’s biggest critic: Nisha Aggarwal". The Times of India. TNN. http://timesofindia.indiatimes.com/entertainment/kannada/movies/news/Im-Kajals-biggest-critic-Nisha-Aggarwal/articleshow/11326630.cms। আহৰণ কৰা হৈছে: 28 September 2017. 
  9. Sangeetha Seshagiri (20 October 2013). "Actress Kajal Aggarwal's Sister Nisha to Wed Mumbai-Based Businessman". International Business Times. http://www.ibtimes.co.in/actress-kajal-aggarwal039s-sister-nisha-to-wed-mumbai-based-businessman-515185। আহৰণ কৰা হৈছে: 28 September 2017. 
  10. "'I play a chatpata village girl in Sukumarudu'". Rediff.com. 8 May 2013. http://www.rediff.com/movies/slide-show/slide-show-1-south-nisha-agarwal-i--play-a-chatpata-village-girl-in-sukumarudu/20130508.htm#1। আহৰণ কৰা হৈছে: 28 September 2017. 
  11. Brother to brother - The Hindu
  12. Nisha Aggarwal replaces Bhavana in Vysakh’s Cousins - The Times of India
  13. IANS (2013-10-20). "Nisha Agarwal to wed Mumbai-based businessman". Business Standard India. https://www.business-standard.com/article/news-ians/nisha-agarwal-to-wed-mumbai-based-businessman-113102000483_1.html. 
  14. "kajal aggarwal nephew ishaan valecha nisha aggarwal baby". https://www.indiatoday.in/movies/regional-cinema/story/kajal-aggarwal-nephew-ishaan-valecha-nisha-aggarwal-baby-1175224-2018-02-22। আহৰণ কৰা হৈছে: 21 August 2020. 
  15. "nisha aggarwal expecting her first child". https://www.deccanchronicle.com/entertainment/tollywood/190917/nisha-aggarwal-expecting-her-first-child.html। আহৰণ কৰা হৈছে: 21 August 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক