নিৰুপমা ফুকন (ইংৰাজী: NIRUPAMA PHUKAN) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। তেওঁৱেই হৈছে হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰ্ম আৰম্ভ কৰি সমাদৃত হোৱা প্ৰথম গৰাকী অনুবাদিকা।

নিৰুপমা ফুকন
জন্ম ১৯২৮ চনৰ ৪ ছেপ্টেম্বৰ
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম সম্পাদনা কৰক

  • ১৯২৮ চনৰ ৪ ছেপ্টেম্বৰত গোলাঘাটত নিৰুপমা ফুকনৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম শৰত কুমাৰ শৰ্মা।[1]

চাকৰি জীৱন সম্পাদনা কৰক

তেওঁ ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।[2]

সাহিত্যৰাজি সম্পাদনা কৰক

গ্ৰন্থ সম্পাদনা কৰক

  • সূৰুজপুৰৰ নব্য কন্যা (১৯৮৭ চন)

অনুবাদমূলক গ্ৰন্থ সম্পাদনা কৰক

  • হিন্দী সাহিত্যৰ অনুবাদিকা হিচাপে বিশেষভাবে খ্যাতি থকা নিৰুপমা ফুকণৰ অনুবাদমূলক পুথিসমূহ হৈছে:
  1. গোদান
  2. প্ৰতিজ্ঞ
  3. চন্দ্ৰগুপ্ত
  4. জীৱনীমালা
  5. আহুতি (হৰি কৃষ্ণ প্ৰেমীৰ নাটক)

শিশু সাহিত্য সম্পাদনা কৰক

  1. বুলবুল আৰু বাদশাহ
  2. গীত গোৱা চৰাই
  3. কাশ্মীৰ দেশৰ সাধু[3]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • সাহিত্য একাডেমী বঁটা (১৯৯৯ চনত মুনচি প্ৰেমচাণ্ডৰ 'গোদান' অসমীয়ালৈ অনুবাদ কৰাৰ বাবে লাভ কৰে)।[4]

তথ্যসূত্ৰ সম্পাদনা কৰক