উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম পৰিসীমিত চমুকৈ নীপকো (ইংৰাজী: North Eastern Electric Power Corporation Limited, NEEPCO) হৈছে ভাৰত চৰকাৰ মহাৰত্ন প্ৰতিষ্ঠান NTPC Ltdৰ অধীনৰ ৰাজহুৱা খণ্ডৰ এটা Schedule “A” miniratna category 1 প্ৰতিষ্ঠান। বৰ্ত্তমান উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্যত নীপকোৰ উপস্থিতি আছে। নীপকোৰ মুঠ ক্ষমতা বৰ্তমান 2057 মেগাৱাট। মহাৰত্ন প্ৰতিষ্ঠান NTPC ৰ 100% অংশীদাৰ আছে NEEPCO ত ।[1]

উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম পৰিসীমিত
North Eastern Electric Power Corporation Limited (NEEPCO)
ধৰণ ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ড
উদ্যোগ বিদ্যুৎ
স্থাপিত ২ এপ্ৰিল, ১৯৭৬
মুখ্য কাৰ্যালয় শ্বিলং, মেঘালয়
দেশ/অঞ্চল উত্তৰ-পূব ভাৰত
পণ্য বিদ্যুৎ উৎপাদন
স্বত্বাধিকাৰী শক্তি মন্ত্ৰণালয় (ভাৰত)
কৰ্মচাৰীৰ সংখ্যা ‌‌‌1611(Aug 2022)
ৱেবছাইট www.neepco.co.in

কাৰ্য্যকৰী শক্তি গোট সম্পাদনা কৰক

বৰ্ত্তমান নীপকোৰ কাৰ্য্যকৰী শক্তি গোট কেইটা হৈছে:

  • কপিলী জল বিদ্যুৎ প্ৰকল্প
  • অসম গেছ ভিক্তিক শক্তি প্ৰকল্প
  • ৰঙানদী জল বিদ্যুৎ প্ৰকল্প
  • দৈয়াং জল বিদ্যুৎ প্ৰকল্প
  • আগৰতলা গেছ টাৰবাইন শক্তি প্ৰকল্প
  • পাৰে জল বিদ্যুৎ প্ৰকল্প


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "About us". NEEPCO. Archived from the original on 16 January 2013. https://web.archive.org/web/20130116090354/http://www.neepco.gov.in/neepco/। আহৰণ কৰা হৈছে: 19 December 2012. 

বাহ্যিক সংযোগ সম্পাদনা কৰক