নৃপেন ফুকন
নৃপেন ফুকন হৈছে এগৰাকী অসমীয়া কবি, প্ৰবন্ধকাৰ,তথ্যচিত্ৰ পৰিচালক,অসম সাহিত্য সভাৰ আজীৱন সদস্য,সমাজ কৰ্মী।
নৃপেন ফুকন | |
---|---|
জন্ম | মাধৱ ৬ জুন, ১৯৬৬ গোৱৰীশালি চাংমাই গাওঁ,ডাক: বগলীজান লখিমপুৰ |
পেচা | চৰকাৰী চাকৰি |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | অসমীয়া |
নাগৰিকত্ব | ভাৰতীয় |
জন্ম
সম্পাদনা কৰকনৃপেন ফুকনৰ জন্মস্থান লখিমপুৰ। দেউতাকৰ নাম ৰামেশ্বৰ ফুকন আৰু মাকৰ নাম পাটেশ্বৰী ফুকন।[1]
শৈক্ষিক জীৱন
সম্পাদনা কৰকনৰ্থ লখিমপুৰ কলেজৰ পৰা প্ৰি-ডিগ্ৰী আৰু Advance Training Institute Kolkata ৰ পৰা কাৰিকৰী শিক্ষা গ্ৰহণ কৰি অভিযান্ত্ৰিক অংকন DMMech বিষয়ত National Trade certificate লাভ কৰে।
কৰ্ম জীৱন
সম্পাদনা কৰকইঞ্জিনীয়াৰিং-ড্ৰইং প্ৰশিক্ষক হিচাপে গভৰ্ণমেণ্ট আই.টি.আই ধেমাজিত কাৰ্যনিৰ্বাহ কৰে।
সামাজিক কৰ্মৰ দায়িত্ব আৰু বিষয়বাব
সম্পাদনা কৰক- উপসভাপতি, হাতীলুংপৰীয়া শাখা সাহিত্য সভা
- প্ৰচাৰ সম্পাদক, মঙলবোধ জাগৰণ কেন্দ্ৰ
- সভাপতি, ত্ৰিবেণীসংগম জহিং উন্নয়ন সমিতি
- সম্পাদক, শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰৰ শাখা উত্তৰপৰীয়া আধ্যাত্মিক সাংস্কৃতিক গণমঞ্চ লখিমপুৰ (উপাসাংগম)
সাহিত্যৰ সৃষ্টিৰাজি
সম্পাদনা কৰকপ্ৰকাশিত গ্ৰন্থ
সম্পাদনা কৰক- বাটকটীয়া (২০১৫)
- চিন্তা-বীক্ষা
- ঘাগৰীমাজী (২০১৮)[2]
- ইতিহাসৰ ছাঁ-পোহৰ
- বিবিধ-বিমৃশা
- মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়
- কৃষ্ণ কথামৃত
সম্পাদিত গ্ৰন্থ
সম্পাদনা কৰক- বৰপ্পাই (২০১৬)[3]
- ৰোমন্থন
- স্মৃতিৰ-সঁফুৰা
- স্মৃতিৰ-অঞ্জলি
- পথিকৃৎ(২০১৭)
তথ্যচিত্ৰ পৰিচালনা
সম্পাদনা কৰক- জীৱন শিল্পী নন্দকিশোৰ
- বিশ্বজনীন ঘাগৰীমাজী
বঁটা আৰু সন্মান
সম্পাদনা কৰক- নতুন সুৰ প্ৰকাশন পৰিষদৰ'মঙ্গলময় সাহিত্য বঁটা ২০২০
- ইণ্টেনচিভ কেয়াৰ শিক্ষণ কেন্দ্ৰৰ দ্বাৰা সম্বৰ্ধনা পত্ৰ প্ৰদান
তথ্যসূত্ৰ
সম্পাদনা কৰক৪. নক্সা
৫. কল্পবিজ্ঞান আৰু স্থান চৰ্চা ডঃ দীপক কুমাৰ বৰা। পৃষ্ঠা ১৪৮ ৬. লখিমপুৰ জিলাৰ সাহিত্যচৰ্চা বিলোকন-অৱলোকন দিপক বৰা পৃষ্ঠা ৪১