নোমল মমিন

চিকিৎসক তথা ৰাজনীতিবিদ


নোমল মমিন(জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৭২) অসমৰ কাৰ্বি আংলং জিলাৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত এজন বিধায়ক তথা চিকিৎসক। বৰ্তমান তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষ। পেছাত চিকিৎসক ডাঃ নোমল মমিন ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা দলৰ অসম প্ৰদেশৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও মমিন অসম নগৰীয়া পানী যোগান আৰু নলা-নৰ্দমা ব’ৰ্ডৰ অধ্যক্ষ। তেওঁ গাৰো সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি।[1] [2][3][4][5]

ডাঃ নোমল মমিন
Dr. Momin addressing the students in the free SSC coaching screening test in Bokajan
বোকাজানত বিনামূলীয়া SSC কোচিং স্ক্ৰীনিং টেষ্টত ছাত্ৰ-ছাত্ৰী সকলক সম্বোধন কৰিছে ডাঃ নোমল মমিনে
অসম বিধানসভাৰ উপাধ্যক্ষ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২১ মে’ ২০২১
অধ্যক্ষ বিশ্বজিৎ দৈমাৰী
পূৰ্বসূৰী আমিনুল হক লস্কৰ
অসম বিধানসভাৰ সদস্য।
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৬
পূৰ্বসূৰী ক্লেংডুন ইংটি
সমষ্টি বোকাজান
ব্যক্তিগত তথ্য
জন্ম ২৫ ফেব্ৰুৱাৰী ১৯৭২
দিল্লৱজান
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী অনুপমা হাজং
শিক্ষানুষ্ঠান গৌহাটী চিকিৎসা মহাবিদ্যালয়
পেচা ৰাজনীতিবিদ

শিক্ষা আৰু জীৱনী সম্পাদনা কৰক

মমিনে ১৯৮৯ চনত বোকাজানৰ বালিপথাৰ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। ১৯৯৯ চনত গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰপৰা স্নাতক (MBBS) সম্পন্ন কৰে। নোমল মমিন গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক আছিল। তেওঁ ২০০৬ চনত অসম চিকিৎসা মহাবিদ্যালয়ত এম.ডি.(মেডিচিন)ও আছিল।[6] অনুপমা হাজংৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Numal Momin takes charge as chairperson of water ssupply board". Pratidin Time. https://www.pratidintime.com/numal-momin-takes-charge-as-chairperson-of-water-supply-board/. 
  2. "Karbi Anglong BJP unit formed". The Assam Tribune. 15 October 2016. Archived from the original on 15 February 2019. https://web.archive.org/web/20190215052021/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct1516/state055. 
  3. "Assam to develop mechanism to reach out to 'small communities'". Archived from the original on 2017-05-20. https://web.archive.org/web/20170520081800/http://morungexpress.com/assam-develop-mechanism-reach-small-communities/। আহৰণ কৰা হৈছে: 2022-06-14. 
  4. MLAs, security officials visit India-Bangla border
  5. "BJP will ensure benefits reach women and children in Meghalaya". The Shillong Times. http://theshillongtimes.com/2017/11/23/bjp-will-ensure-benefits-reach-women-and-children-in-meghalaya/. 
  6. "Numal Momin bio". National Election Watch. http://myneta.info/assam2016/candidate.php?candidate_id=609.