ন্যায়সূত্ৰ হৈছে এক প্ৰাচীন ভাৰতীয় দৰ্শন শাস্ত্ৰ। ভাৰতীয় আস্তিক দৰ্শন পৰম্পৰাৰ অন্যতম এই ন্যায়দৰ্শনৰ প্ৰণেতা মহৰ্ষি অক্ষপাদ্ গৌতম (Akṣapāda Gautama)। ন্যায়দৰ্শনৰ আধাৰগ্ৰন্থ "ন্যায়সূত্ৰ"।[উদ্ধৃতিৰ প্ৰয়োজন] ন্যায়সূত্ৰসমূহ ২য় খ্ৰীষ্টাব্দত বিৰচিত কৰা হৈছিল[1] যদিও পাচত অনেক প্ৰক্ষেপ (interpolation) যোগ কৰা হৈছে।[2] ন্যায়সূত্ৰ অন্বিক্ষীকি, তৰ্কশাস্ত্ৰ বা প্ৰমাণশাস্ত্ৰ নামেৰও অভিহিত। ই ভাৰতীয় ন্যায়দৰ্শনৰ আধাৰ।

এই গ্ৰন্থত পাঁচটা অধ্যায় আছে। ন্যায়দৰ্শনত ১৬ বিধ পদাৰ্থৰ পৰিকল্পনা কৰা হৈছে। এই পদাৰ্থসমূহ হ'ল প্ৰমাণ, প্ৰমেয়, সংশয়, প্ৰয়োজন্, দৃষটান্ত্, সিদ্ধান্ত অৱ্য়্ৱ, তৰ্ক, নিৰ্ণয়, বাদ, জল্প, বিতণ্ডা, হেত্বাভাষ, ছল, জাতি আৰু নিগ্ৰহস্থান।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. B. K. Matilal "Perception. An Essay on Classical Indian Theories of Knowledge" (Oxford University Press, 1986), p. xiv.
  2. Encyclopædia Britannica (2007)