নৰান্তক (সংস্কৃত: नरान्तक, অৰ্থাৎ নৰৰ অন্তকাৰী) আৰু দেৱান্তক (সংস্কৃত: देवान्तक, বা দেৱতাৰ অন্তকাৰী) হৈছে দুজন ৰাক্ষস আৰু ৰাৱণ পুত্ৰ। বিভিন্ন হিন্দু কিংবদন্তীত এই দুই দৈত্যৰ উল্লেখ পোৱা যায়। [1]

নৰান্তক-দেৱান্তক

অংগদৰ দ্বাৰা দানৱ নৰান্তকৰ বধ
সহোদৰ ইন্দ্ৰজিৎ
অতিকায়
অক্ষয়কুমাৰ

অতিকায় সহ, এওঁলোকক ৰাৱণে পুত্ৰ হিচাপে ধন্যমালিনীৰ গৰ্ভত সৃষ্টি কৰিছিল। দেৱান্তকৰ পুত্ৰ মহান্তক, ৰাক্ষস গোত্ৰৰ একমাত্ৰ ৰাক্ষস আছিল যাৰ যুদ্ধ ক্ষেত্ৰত মৃত্যুবৰণ হোৱা নাছিল আৰু ৰাম আৰু তেওঁৰ সৈন্যই মহাকান্তক ক্ষমা কৰি দিছিল। তেওঁ পিছত বহু দূৰৈৰ কন্যাকুব্জ দেশলৈ গুচি গৈছিল আৰু ব্ৰাহ্মণবাদ অনুসৰণ কৰে।

পিছলৈ তেওঁৰ জনজাতি কন্যাকুব্জ ব্ৰহ্মৰ পুলস্ত্য কুল গোত্ৰৰ সৈতে একত্ৰিত হয় আৰু জনপ্ৰিয়ভাৱে পুলস্ত্য গোত্ৰ ব্ৰাহ্মণ নামেৰে জনাজাত হৈ পৰে।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক