পঞ্জাবী ৱিকিপিডিয়া
পঞ্জাবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পঞ্জাবী সংস্কৰণ। এই ৱিকিপিডিয়া দুভাগত বিভক্ত (পূব পঞ্জাবী আৰু পশ্চিম পঞ্জাবী)। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৫৫,৩৬৩ টা পূব পঞ্জাবী আৰু ৭৩,৬৩০ টা পশ্চিম পঞ্জাবী প্ৰবন্ধ আছে।
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | পঞ্জাবী ভাষা |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | pa pnb |
Commercial | নহয় |
Registration | বৈকল্পিক |
পৰিসংখ্যা
সম্পাদনা কৰক২০২৪ চনত পঞ্জাবী ৱিকিপিডিয়াৰ ৫৫,৩৬৩টা প্ৰবন্ধ, ৫২,০০০ গৰাকী সম্পাদক, ৯ গৰাকী প্ৰশাসক আৰু ১,৮৪০টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭,৭৬,২৮৯।[1]