পল ফুকন (ইংৰাজী: Paul Phukan) অসমৰ এগৰাকী অভিনেতা। ১১ অক্টোবৰৰ দিনা গুৱাহাটীত পলৰ জন্ম হয় (চন?)। বৰ্তমানলৈ তেওঁ বহুকেইখন অসমীয়া ভাষাচলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে৷ ইয়াৰ উপৰিও তেওঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জগতত অতিকৈ জনপ্ৰিয়। পল অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক ৰেবা ফুকনৰ একমাত্ৰ সন্তান।

পল ফুকন
জন্ম ১১ অক্টোবৰ
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেতা
দাম্পত্যসঙ্গী গীতা চহৰীয়া ফুকন