পশতু ভাষা (পশতু: پښتو‎) ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ এটা পূব ইৰাণী ভাষা।[2] ঐতিহাসিক পাৰ্চী সাহিত্যত ইয়াক আফগানী নামেৰে জনা যায়।

পশতু
پښتو
পশতো
থলুৱা অঞ্চল আফগানিস্তান, পশ্চিমাঞ্চলীয় পাকিস্তান, সংযুক্ত আৰব আমিৰাত, ভাৰত
অঞ্চল আফগানিস্তানৰ দক্ষিণ ও পূবৰ প্ৰদেশসমূহ আৰু উত্তৰৰ কিছু প্ৰদেশত; পাকিস্তানৰ পশ্চিম প্ৰদেশসমূহত; ভাৰতৰ উত্তৰাঞ্চলত; সংযুক্ত আৰব আমিৰাতৰ আফগান অভিবাসী সম্প্ৰদায়।
স্থানীয় ভাষিক
প্ৰায় ১ কোটিৰো বেছি[1]
ভাষা পৰিয়াল
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
সাঁচ:Country data afghanistan, সাঁচ:Country data pakistan (খাইবাৰ পাখতুনখোয়া, বেলুচিস্তান)
ভাষা সংকেত
ISO 639-1 ps
ISO 639-2 pus
ISO 639-3 Variously:
pus – Pashto (generic)
pst – কেন্দ্ৰীয় পশতু
pbu – উত্তৰাঞ্চলীয় পশতু
pbt – দক্ষিণাঞ্চলীয় পশতু
পশতু ভাষী অঞ্চলৰ মানচিত্ৰ
আফগানিস্তান আৰু পাকিস্তানৰ এনে অঞ্চল যʼত পশতু প্ৰচলিত:
  প্ৰধান ভাষা
  অন্যান্য ভাষাতে কথা কোৱা লোকসমূহ

উপভাষা সম্পাদনা কৰক

পশতু উপভাষাসমূহক দুটা ভাগত ভাগ কৰা হয়, পশতু "কোমল" দক্ষিণ গোট আৰু পশতু "কঠিন" উত্তৰ গোট। প্ৰতিটো গোটক আৰু কেইবাটাও উপভাষাত বিভক্ত কৰা হৈছে। তাৰিনোৰ দক্ষিণ উপভাষাটোৱেই হৈছে আটাইতকৈ স্বকীয় পশতু উপভাষা।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Pashto, Northern". Ethnologue. https://www.ethnologue.com/language/pbu। আহৰণ কৰা হৈছে: 2022-08-30. 
  2. Concise Encyclopedia of Languages of the World. Elsevier. 6 April 2010. পৃষ্ঠা. 845–. ISBN 978-0-08-087775-4. https://books.google.com/books?id=F2SRqDzB50wC&pg=PA845.