পাখি (শ্ৰব্য এলবাম)
অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম
(পাখিৰ পৰা পুনঃনিৰ্দেশিত)
পাখি হৈছে ২০০০ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম[1]। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।[1] জুবিন গাৰ্গে সংগীত পৰিচালনা আৰু ব্যৱস্থাপনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীৰ।
Untitled | |
---|---|
গীতকেইটিৰ মূল কণ্ঠশিল্পী জুবিন গাৰ্গ, সহযোগী শিল্পী মন্দাকিনী আৰু প্ৰণিতা।[2] জুবিনে এলবামটো প্ৰয়াত মাক ইলি বৰঠাকুৰৰ নামত উচৰ্গা কৰিছিল।[3] মুক্তিৰ লগে লগেই এলবামটি জনপ্ৰিয় হয় আৰু গীতকেইটিৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে।
গীতৰ তালিকা
সম্পাদনা কৰকএলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল[2]-
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
1. | "পাখি পাখি এই মন" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
2. | "আহে বা নাহে" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ | |||||||
3. | "দুগালতে যেন" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, প্ৰণিতা বৈশ্য মেধি | |||||||
4. | "তুমি দিনৰ" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
5. | "শিকলি" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, মন্দাকিনী | |||||||
6. | "পাখি মেলি দিয়ে" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ | |||||||
7. | "চকু মেলা" | জুবিন গাৰ্গ (মাতৃৰ স্মৃতিত) | জুবিন গাৰ্গ | |||||||
8. | "আঙুলি কাটিলোঁ" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015.
- ↑ 2.0 2.1 "Pakhi". Music India Online. Archived from the original on 2015-03-17. https://web.archive.org/web/20150317235129/http://mio.to/album/Pakhi। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015.
- ↑ "Zubeen Garg". Online Sivasagar. http://onlinesivasagar.com/music/zubeen-garg.html। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- মিউজিক ইণ্ডিয়া অনলাইন ৱেবছাইটত এলবামটিৰ গীতসমূহ Archived 2015-03-17 at the Wayback Machine