পান্থোইবী বা পান্থোইপী মণিপুৰী আখ্যান আৰু সনামহী ধৰ্মৰ এগৰাকী প্ৰাথমিক দেৱী। তেওঁ মণিপুৰী আখ্যানৰ প্ৰাচুৰ্য, যুদ্ধ আৰূ প্ৰেমৰ সৈতে সম্পৰ্কিত।[1][2]

পান্থোইবী দেৱী
পান্থোইবী দেৱী

তথ্য সংগ্ৰহ সম্পাদনা কৰক