সনামহী ধৰ্ম (Sanāmahīsm) (মেইতেই: ꯁꯅꯥꯃꯍꯤ ꯂꯥꯏꯅꯤꯡ) বা মীতৈ লাইনীঙ বা মণিপুৰী ধৰ্ম (Manipuri religion) বা কঙলৈ ধৰ্ম (Kanglei religion) হৈছে ধৰ্মৰ উপাসনা কৰা এক প্ৰাচীন পূৰ্বপুৰুষ ধৰ্ম।[1][2][3][4][5] এইঢো মণিপুৰী জাতী আৰু মণিপুৰৰ জনজাতিয় লোকসকলৰ থলুৱা ধৰ্ম। ই এক বহুঈশ্চৰ্যবাদী ধৰ্ম। সনামহী ধৰ্ম হজাৰ হজাৰ ইশ্বৰক কেইবাঢাউ পান্থত পূজা কৰা হয়।[6][7]

প্ৰাচীন শাস্ত্ৰ অনুসৰী সনামহী ধৰ্মৰ প্ৰতীক

সম্পৰ্কিত পৃষ্ঠা সম্পাদনা কৰক

ৰিফৰেন্স সম্পাদনা কৰক