পূব খাছী পাৰ্বত্য জিলা

মেঘালয়ৰ জিলা

পূব খাছী পাৰ্বত্য (ইংৰাজী: East Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ শ্বিলঙত অৱস্থিত। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৮২৫,৯২২ জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ আটাইতকৈ জনবহুল জিলা আছিল।[1]

পূব খাছী পাৰ্বত্য জিলা
পূব খাছী
—  মেঘালয়ৰ জিলা  —
মেঘালয়ৰ পূব খাছী পাৰ্বত্য জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মেঘালয়
স্থাপিত
মুখ্যালয় শ্বিলং
মাটিকালি
 - মুঠ ২,৭৫২ কি.মি. 
(১,০৬২.৬ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৮,২৫,৯২২ জন
 - জনঘনত্ব ৩০০.১ প্ৰতি বৰ্গ কি.মি. 
(৭৭৭.৩ প্ৰতি বৰ্গ মাইল)
জনগাঁথনি
 - সাক্ষৰতাৰ হাৰ ৮৫.৭%
 - লিঙ্গ অনুপাত ১০০৮
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
Major highways NH-44, NH-40
ৱেবছাইট east%20khasi%20hills.jpg

ইতিহাসসম্পাদনা কৰক

১৯৭৬ চনৰ ২৮ অক্টোবৰত খাছী পাৰ্বত্য জিলাক পূব আৰু পশ্চিম খাছী পাৰ্বত্য জিলা হিচাপে বিভক্ত কৰা হৈছিল। ১৯৯২ চনৰ ৪ জুনত পূব খাছী পাৰ্বত্য জিলাক পূব খাছী পাৰ্বত্য জিলা আৰু ৰি-ভৈ জিলা হিচাপে দুখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছিল।

ভূগোলসম্পাদনা কৰক

শ্বিলং পূব খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ।

বিভাগসম্পাদনা কৰক

প্ৰশাসনিক বিভাগসমূহসম্পাদনা কৰক

পূব খাছী পাৰ্বত্য জিলাখন আঠটা ব্লকত বিভক্ত:[2]

নাম মুখ্যালয় জনসংখ্যা স্থিতি
Khatarshnong Laitkroh Mawjrong
Mawkynrew Mawkynrew
Mawphlang Mawphlang
Mawryngkneng Mawryngkneng
Mawsynram Mawsynram
Mylliem Mylliem
Pynsursla Pynsursla
Shella Bholaganj Cherrapunjee

জনগাঁথনিসম্পাদনা কৰক

২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাখনৰ জনসংখ্যা ৮২৫,৯২২ জন,[1] যি প্ৰায় কমোৰস[3] ৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ডকোটা[4] ৰাজ্যৰ সমান৷ ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৪৭৮তম স্থান লাভ কৰিছে।[1] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ২৯২ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (760 /sq mi)৷[1] ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৪.৬৮% ।[1] ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ১০০৮ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৪.৭% ৷[1]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India (2011) (en ভাষাত) (PDF). Meghalaya Administrative Divisions (Map). http://censusindia.gov.in/2011census/maps/administrative_maps/MEGHALAYA.pdf। আহৰণ কৰা হৈছে: 2011-09-29. 
  3. US Directorate of Intelligence. "Country Comparison:Population". https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 2011-10-01. "Comoros 794,683 July 2011 est." 
  4. "2010 Resident Population Data". U. S. Census Bureau. http://2010.census.gov/2010census/data/apportionment-pop-text.php। আহৰণ কৰা হৈছে: 2011-09-30. "South Dakota 814,180" 

বাহ্যিক সংযোগসম্পাদনা কৰক

আধিকাৰিক ৱেবছাইট