পূব গাৰো পাৰ্বত্য জিলা
মেঘালয়ৰ জিলা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
পূব গাৰো পাৰ্বত্য (ইংৰাজী: East Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ ৱিলিয়ামনগৰত অৱস্থিত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৩১৭,৯১৭জন।
পূব গাৰো পাৰ্বত্য জিলা পূব গাৰো |
|
---|---|
— মেঘালয়ৰ জিলা — | |
মেঘালয়ৰ পূব গাৰো পাৰ্বত্য জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | মেঘালয় |
স্থাপিত | |
মুখ্যালয় | ৱিলিয়ামনগৰ |
মাটিকালি | |
- মুঠ | ২,৬০৩ কি.মি.২ (১,০০৫ বৰ্গ মাইল) |
জনসংখ্যা (২০০১) | |
- মুঠ | ৩,১৭,৯১৭ জন |
- জনঘনত্ব | ১২২.১ প্ৰতি বৰ্গ কি.মি. (৩১৬.৩ প্ৰতি বৰ্গ মাইল) |
Demographics | |
- Literacy | ৫৩% |
- Sex ratio | |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
ৱেবছাইট | eastgarohills |
ইতিহাসসম্পাদনা কৰক
পূব গাৰো পাৰ্বত্য জিলাখন ১৯৭৬ চনত গঠিত হৈছিল, পূৰ্বৰ মেঘালয়ৰ গাৰো পাৰ্বত্য জিলা প্ৰশাসনক জনগণৰ নিকটৱৰ্তী কৰাৰ অৰ্থে পুনৰ সংগঠিত কৰা হৈছিল।
জিলাখনৰ সদৰ কমপ্লেক্সটো মেঘালয় ৰাজ্যৰ প্ৰতিষ্ঠাতা মুখ্যমন্ত্ৰী কেপ্তেইন ৱিলিয়ামচন এ. চাংমাৰ নাম অনুসৰি 'ৱিলিয়ামনগ'ৰ নামকৰণ কৰিছিল। ৱিলিয়ামনগৰ চিমচাংগ্ৰেৰ চিমচাং নদী (Simsang River) ৰ পাৰৰ বিস্তীৰ্ণ সমভূমি অঞ্চলত অৱস্থিত।
ভূগোলসম্পাদনা কৰক
ৱিলিয়ামনগৰ পূব গাৰো পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ২৬০৩ বৰ্গ কিলোমিটাৰ।
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
এই প্ৰবন্ধটো এই মেঘালয়ৰ ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |