প্ৰদীপ বৰুৱা

অসমৰ লেখক আৰু সম্পাদক

প্ৰদীপ বৰুৱা হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু সাংবাদিক। প্ৰান্তিক আলোচনীৰ সৈতে তেওঁ‌ জন্মলগ্নৰে পৰা জড়িত হৈ আছে আৰু বৰ্তমান এই আলোচনীখনৰে সম্পাদক আৰু প্ৰকাশকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। ‘স্বগতোক্তি’ তেখেতৰ আত্মজীৱনী৷

প্ৰদীপ বৰুৱা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা সাংবাদিক
সংস্থা প্ৰান্তিক
জনা যায় প্ৰান্তিক

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাৰ পিতৃ হৈছে ৰাধাগোবিন্দ বৰুৱা। শৈশৱকাল ডিব্ৰুগড়তে অতিবাহিত কৰা বৰুৱাই ১৯৪৮ চনত গুৱাহাটীলৈ আহে। গুৱাহাটীৰ ডনবস্ক' বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰা বৰুৱাই কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. বৰুৱা, প্ৰদীপ. স্বগতোক্তি. সঞ্জীৱন প্ৰকাশন.