প্ৰফুল্ল ৰাজগুৰু আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সাংবাদিক আৰু লেখক। ১৯৯৭ চনত যোৰহাটদেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী হিচাপে অৱসৰ লোৱা ৰাজগুৰুৱে আমাৰ অসম কাকতৰ আৱাসিক সম্পাদকৰূপে ২০০০ চনলৈকে কাৰ্যনিবাহকৰিছিল।[1]

প্ৰফুল্ল ৰাজগুৰু
মৃত্যু ২৮ মাৰ্চ, ২০১৯
যোৰহাট
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অধ্যাপক, সাংবাদিক,লেখক
গৃহস্থান যোৰহাট

তথ্যসূত্ৰ সম্পাদনা কৰক