প্ৰমিলা ৰাণী ব্ৰহ্ম

বড়ো ৰজনীতিবিদ

প্ৰমীলা ৰাণী ব্ৰহ্ম (বড়ো: प्रमिला रानी ब्रह्म) অসমৰ এগৰাকী বড়ো ৰজনীতিবিদ৷ তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ পৰা নিৰ্বাচিত অসম বিধান সভাৰ এগৰাকী সদস্যা৷ ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰত তেওঁ মন্ত্ৰীত্ব লাভ কৰে৷ ২০১৪ চনলৈকে তেওঁ তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী আছিল৷ কোকৰাঝাৰ পূব সমষ্টিৰ পৰা তেওঁ ষষ্ঠবাৰলৈ নিৰ্বাচিত হৈছে৷[1][2][3][4]

প্ৰমীলা ৰাণী ব্ৰহ্ম
অসম বিধানসভাৰ বিধায়িকা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯৯১
পূৰ্বসূৰী চৰণ নাৰ্জাৰী
সমষ্টি পূব কোকৰাঝাৰ সমষ্টি
বন মন্ত্ৰী, অসম চৰকাৰ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৪ মে' ২০১৬ (2016-05-24)
পূৰ্বসূৰী আতুৱা মুণ্ডা
কৃষি মন্ত্ৰী, অসম চৰকাৰ
কাৰ্যকাল
২০০৬ – ২০১০
ব্যক্তিগত তথ্য
জন্ম ১৯৫১
ৰাষ্ট্ৰীয়তা  ভাৰতীয়
ৰাজনৈতিক দল বড়োলেণ্ড পিপলছ ফ্ৰন্ট
শিক্ষানুষ্ঠান কোকৰাঝাৰ মহাবিদ্যালয় (স্নাতক)
পেচা ৰাজনীতিবিদ

তথ্যসূত্ৰ সম্পাদনা কৰক