প্ৰিয়ংকা বৰা (ভলীবল খেলুৱৈ)

ভাৰতীয় ভলীবল খেলুৱৈ

প্ৰিয়ংকা বৰা (ইংৰাজী: Priyanka Bora) এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈ৷ ১৯৮৫ চনৰ ৭ জানুৱাৰী তাৰিখে ভাৰতৰ মহাৰাষ্ট্ৰত তেওঁৰ জন্ম হয়৷ তেওঁ ভাৰতীয় মহিলা আন্তঃৰাষ্ট্ৰীয় ভলীবল দলৰ এগৰাকী সদস্য৷

প্ৰিয়ংকা বৰা
ব্যক্তিগত তথ্য
দেশ ভাৰত
জন্ম ৭ জানুৱাৰী, ১৯৮৫ (৩৯ বছৰ)
মহাৰাষ্ট্ৰ
চহৰ পুনে
উচ্চতা 178 cm (70 in)
ওজন ৫৪ কিলোগ্ৰাম
ভলীবল তথ্য
স্থান মিডল ব্ল’কাৰ
কৰ্মজীৱন
চনদল
২০১০ভাৰতীয় ৰেলৱে
আন্তঃৰাষ্ট্ৰীয় দল
২০১০ভাৰত

তেওঁ ১০ এছিয়ান গেমছ্ত অংশগ্ৰহণ কৰিছিল৷[1] তেওঁ ২০১০ চনত ক্লাব পৰ্যায়ত ভাৰতীয় ৰেলৱেৰ হৈ খেলিছিল৷[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক