পৰাগ দাস
পৰাগ দাস (ইংৰাজী: Parag Das; জন্ম: ১ জানুৱাৰী ১৯৭৪) এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ভাৰতীয় ক্ৰিকেটাৰ। অসমৰ গুৱাহাটীত পৰাগ দাসৰ জন্ম হৈছিল। তেওঁ অসম, ৰে’লৱে’ আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল।[1][2][3] তেওঁ এজন সোঁহাতৰ বেটছমেন আছিল আৰু সোঁহাতেৰে মধ্যমীয়া গতিৰে বলিং কৰিছিল।[4] ১৯৯৩/৯৪ চনৰ ৰঞ্জী ট্ৰফীত অসমৰ হৈ পৰাগ দাসৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ অভিষেক ঘটিছিল। তেওঁ ৪৩খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল আৰু ৩২খন লিষ্ট এ মেচ খেলিছিল। প্ৰথম শ্ৰেণীৰ খেলত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ১১৮।
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | পৰাগ কুমাৰ দাস | |||
জন্ম | ০১ জানুৱাৰী, ১৯৭৪ (৫০ বছৰ) গুৱাহাটী, অসম, ভাৰত | |||
বেটিং শৈলী | সোঁহতীয়া | |||
বলিং শৈলী | সোঁহতীয়া মধ্যম গতি | |||
ভূমিকা | বেটছমেন | |||
সম্পৰ্ক | মিঠু বৰুৱা (পত্নী) ৰিয়ান পৰাগ (পুত্ৰ) | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
১৯৯৩/৯৪–২০০৮ | অসম | |||
উৎস: ESPNcricinfo, ৫ ছেপ্তেম্বৰ ২০১৬ |
উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ হৈ খেলিবলৈ আৰম্ভ কৰাৰ পৰৱৰ্তী বৰ্ষত পৰাগ দাসে ২৫ বছৰ অনুৰ্দ্ধ ৰে’লৱে দলকো নেতৃত্ব দিয়ে।[1][5][6]
পৰাগ দাসৰ পুত্ৰ ৰিয়ান পৰাগো এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ অসমৰ হৈ ঘৰুৱা ক্ৰিকেট[7] আৰু ৰাজস্থান ৰয়েলছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) খেলে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 Kishore, Shashank (3 August 2017). "Playstation, books, music, and a whole lot of runs" (en ভাষাত). ESPNcricinfo. http://www.espncricinfo.com/story/_/id/20237669/meet-riyan-parag। আহৰণ কৰা হৈছে: 11 April 2019.
- ↑ "MS Dhoni connection between Riyan Parag and his father" (en-US ভাষাত). The News Mill. 29 April 2019. https://thenewsmill.com/ms-dhoni-connection-between-riyan-parag-and-his-father/। আহৰণ কৰা হৈছে: 19 October 2020.
- ↑ "Memories of innings past - Parag Das regrets missed chances and advises that there is no substitute for hard work". Telegraphindia. https://www.telegraphindia.com/north-east/memories-of-innings-past-parag-das-regrets-missed-chances-and-advises-that-there-is-no-substitute-for-hard-work/cid/328644.
- ↑ "Parag Das". ESPN Cricinfo. http://www.espncricinfo.com/ci/content/player/28003.html। আহৰণ কৰা হৈছে: 5 September 2016.
- ↑ "MS Dhoni connection between Riyan Parag and his father" (en-US ভাষাত). The News Mill. 29 April 2019. https://thenewsmill.com/ms-dhoni-connection-between-riyan-parag-and-his-father/। আহৰণ কৰা হৈছে: 19 October 2020.
- ↑ "Memories of innings past - Parag Das regrets missed chances and advises that there is no substitute for hard work". Telegraphindia. https://www.telegraphindia.com/north-east/memories-of-innings-past-parag-das-regrets-missed-chances-and-advises-that-there-is-no-substitute-for-hard-work/cid/328644.
- ↑ "Playstation, books, music, and a whole lot of runs". ESPN Cricinfo. http://www.espncricinfo.com/story/_/id/20237669/meet-riyan-parag। আহৰণ কৰা হৈছে: 11 April 2019.