বৰবৰুৱা
(ফু-কে-লুঙৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বৰবৰুৱা বা ফুকেলু'ঙ (ইংৰাজী: Borbarua, আহোম ভাষা: 𑜇𑜥 𑜀𑜦𑜧 𑜏𑜤𑜂𑜫) হৈছে আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। স্বৰ্গদেও প্ৰতাপসিংহই বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল আৰু মোমাই তামুলীক প্ৰথম পদবী দিছিল। কলিয়াবৰ নদীৰ পূব অঞ্চল আৰু যিবোৰ অঞ্চল বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁইয়ে নিয়ন্ত্ৰণ কৰা নাছিল, সেইবোৰ অঞ্চল বৰবৰুৱাই নিয়ন্ত্ৰণ কৰিছিল।
বৰবৰুৱা সকলৰ তালিকা
সম্পাদনা কৰক- মোমাই তামূলী বৰবৰুৱা
- তাঙাচু বৰবৰুৱা
- চেঙধৰা বৰবৰুৱা
- বেঙখোৱা বৰবৰুৱা
- পেলন বৰবৰুৱা (ঘৰা কোৱৰ ভিতাৰুল ফুকন)
- লেছম দেবেৰা বৰবৰুৱা
- লানছিঙ শাইকান কিৰকিৰিয়া বৰবৰুৱা
- মেছা বৰবৰুৱা
- চক্ৰপানী বৰবৰুৱা
- দিহিঙীয়া আলুন বৰবৰুৱা
- বকতিয়াল ৰূপচন্দ্ৰ বৰবৰুৱা
- কীৰ্তি চন্দ্ৰ গেন্ধেলা বৰবৰুৱা
- ভদ্ৰসেন বৰবৰুৱা (বকতিয়াল পৰিয়াল)
- এদাবৰীয়া সন্দিকৈ বৰবৰুৱা
- নামতিয়াল বগতী সন্দিকৈ বৰবৰুৱা
- বকতিয়াল জয়ন্ত বৰবৰুৱা
- বাচকতীয়া লাহন বৰবৰুৱা