ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা

ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (ইংৰাজী: Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ (ইংৰাজী: Forbes) আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত[1]

প্ৰতীক বিৱৰণ
steady ২০১০ চনৰ প্ৰাপ্ত তালিকাৰ পৰা অৱস্থান বা সম্পদৰ পৰিবৰ্তন হোৱা নাই।
বৃদ্ধি ২০১০ চনৰ তুলনাত অৱস্থান বা সম্পদ বাঢিছে।
decrease ২০১০ চনৰ তুলনাত সম্পদ বা অৱস্থান হ্ৰাস পাইছে।

২০১২ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন সম্পাদনা কৰক

ক্ৰমিক নং নাম মুঠ আয় (USD) বয়স নাগৰিকত্ব সম্পদৰ উৎস
&0000000000000001.0000001   কাৰ্লছ শ্লীম $৬৯.০ বিলিয়ন   ৭২   মেক্সিকো Telmex, América Móvil, Grupo Carso
&0000000000000002.0000002   বিল গেটছ $৬১.০ বিলিয়ন   ৫৬   আমেৰিকা যুক্তৰাষ্ট্ৰ Microsoft
&0000000000000003.0000003   ৱাৰেন বাফলেট $৪৪.০ বিলিয়ন   ৮১   আমেৰিকা যুক্তৰাষ্ট্ৰ Berkshire Hathaway
&0000000000000004.0000004   বাৰ্নাৰ্ড আৰ্নাউল্ট $৪১.০ বিলিয়ন   ৬৩   ফ্ৰান্স LVMH Moët Hennessy • Louis Vuitton
&0000000000000005.0000005   অৰ্টেগা আমাণিক’ $৩৭.৫ বিলিয়ন   ৭৫   স্পেইন Inditex Group
&0000000000000006.0000006   এল্লিছন, লৰেন্সলৰেন্স এল্লিছন $৩৬.০ বিলিয়ন   ৬৭   আমেৰিকা যুক্তৰাষ্ট্ৰ Oracle Corporation
&0000000000000007.0000007   বটিষ্টা, এইকএইক বটিষ্টা $৩০.০ বিলিয়ন   ৫৫   ব্ৰাজিল EBX Group
&0000000000000008.0000008   ষ্টিফেন পাৰচ্চন $২৬.০ বিলিয়ন   ৬৪   ছুইডেন H&M
&0000000000000009.0000009   কা-সিং, লিলি কা-সিং $২৫.৫ বিলিয়ন   ৮৩   হংকং Cheung Kong Holdings
&0000000000000010.00000010   আলব্ৰেটছ, কাৰ্লকাৰ্ল আলব্ৰেটছ $২৫.৪ বিলিয়ন   ৯২   জাৰ্মানী Aldi

২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন সম্পাদনা কৰক

তলৰ তালিকাখন ১০ মাৰ্চ, ২০১১ তাৰিখ পৰ্যন্ত সম্পদ আৰু অৱস্থানৰ ভিত্তিত নিৰুপন কৰা হৈছে। এই বছৰ এই তালিকাত মুঠ ১,২১০ জনৰ নাম লিপিবদ্ধ কৰা হৈছে।[2]

ক্ৰমিক নং নাম সম্পদৰ পৰিমাণ বয়স জন্ম নাগৰিকত্ব বাসস্থান সম্পদৰ উৎস
&0000000000000001.0000001   কাৰ্লছ শ্লীম $৭৪.০ বিলিয়ন   ৭২   মেক্সিকো   মেক্সিকো   মেক্সিকো টেলমেক্স, আমেৰিকা মবিল, গ্ৰুপো কাৰ্চো
&0000000000000002.0000002   বিল গেটচ $৫৬.০ বিলিয়ন   ৫৬   আমেৰিকা যুক্তৰাষ্ট্ৰ   আমেৰিকা যুক্তৰাষ্ট্ৰ   আমেৰিকা যুক্তৰাষ্ট্ৰ মাইক্ৰ’ছফ্ট
&0000000000000003.0000003   ৱাৰেন বাফেট $৫০.০ বিলিয়ন   ৮১   আমেৰিকা যুক্তৰাষ্ট্ৰ   আমেৰিকা যুক্তৰাষ্ট্ৰ   আমেৰিকা যুক্তৰাষ্ট্ৰ বাৰ্কচায়াৰ হাথাৱে
&0000000000000004.0000004   বাৰ্নাৰ্ড আৰ্নল্ট $৪১.০ বিলিয়ন   ৬২   ফ্ৰান্স   ফ্ৰান্স   ফ্ৰান্স এলভিএমএইচ
&0000000000000005.0000005   লৰেন্স এলিচন $৩৯.৫ বিলিয়ন   ৬৬   আমেৰিকা যুক্তৰাষ্ট্ৰ   আমেৰিকা যুক্তৰাষ্ট্ৰ   আমেৰিকা যুক্তৰাষ্ট্ৰ অৰেকল কৰ্প’ৰেশ্যন
&0000000000000006.0000006   লক্ষ্মী মিত্তাল $৩১.১ বিলিয়ন   ৬০   ভাৰত   ভাৰত   যুক্তৰাজ্য আৰচেলোৰ মিত্তাল
&0000000000000007.0000007   আমাকিঅ’ ৱেৰ্তেগা $৩১.০ বিলিয়ন   ৭৪   স্পেইন   স্পেইন   স্পেইন ইণ্ডিটেক্স গ্ৰুপ
&0000000000000008.0000008   এইকে বাতিষ্টা $৩০.০ বিলিয়ন   ৫৩   ব্ৰাজিল   ব্ৰাজিল   ব্ৰাজিল ইবিএক্স গ্ৰুপ
&0000000000000009.0000009   মুকেশ আম্বানি $২৯.০ বিলিয়ন   ৫৩   য়েমেন   ভাৰত   ভাৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ
&0000000000000010.00000010   ক্ৰিষ্টি ওয়াল্টন $২২.৫ বিলিয়ন   ৫৫   আমেৰিকা যুক্তৰাষ্ট্ৰ   আমেৰিকা যুক্তৰাষ্ট্ৰ   আমেৰিকা যুক্তৰাষ্ট্ৰ ৱালমাৰ্ট

২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম বিলয়নাৰসকল সম্পাদনা কৰক

১২ ফেব্ৰুৱাৰী, ২০১০ তাৰিখে প্ৰকাশিত তালিকাত কাৰ্লছ শ্লীম আৰু তেখেতৰ পৰিয়ালে ৬০.৬ বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে শীৰ্ষস্থান দখল কৰে। এই বছৰ এই তালিকাত মুঠ ১,০১১ জনৰ নাম লিপিবদ্ধ কৰা হৈছিল।[3] বৰ্তমান শীৰ্ষ ১০ বিলিয়নাৰৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থাকিলেও, শীঘ্ৰেই ভাৰতে এই অৱস্থানকো অতিক্ৰম কৰি যাব পাৰে বুলি ফৰ্বছ আলোচনীয়ে মত পোষণ কৰে[4]


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক