ঙ (বঙালী)

বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৫ম আখৰ
(বঙালী আখৰ ঙৰ পৰা পুনঃনিৰ্দেশিত)

(বঙালী লিপিত ঙ, আই-পি-এ:/ŋɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৫ম আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঙ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰববৰ্ণৰ সৈতে যোগ হ'লে সম্পাদনা কৰক

আ-- ঙা

ই-- ঙি

ঈ-- ঙী

উ-- ঙু

ঊ-- ঙূ

ঋ-- ঙৃ

এ-- ঙে

ঐ-- ঙৈ

ও-- ঙো

ঔ-- ঙৌ

ঙৰে আৰম্ভ শব্দ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি