বঙ্গবন্ধু এভিনিউ
বাংলাদেশৰ ঢাকা চহৰৰ এটা ৰাস্তা
বঙ্গবন্ধু এভিনিউ (ইংৰাজী: Bangabandhu Avenue; বঙালী: বঙ্গবন্ধু অ্যাভিনিউ) হৈছে ঢাকাৰ গুলিস্তানত অৱস্থিত এটা নগৰীয়া পথ। ইয়াৰ পূৰ্বৰ নাম আছিল জিন্না এভিনিউ[1] বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াৰ নাম সলনি কৰি বঙ্গবন্ধু এভিনিউ কৰা হয়। বাংলাদেশ আৱামী লীগৰ কেন্দ্ৰীয় কাৰ্যালয় বঙ্গবন্ধু এভিনিউত অৱস্থিত।[2] ২০০৪ চনৰ ঢাকা গ্ৰেনেড আক্ৰমণ বঙ্গবন্ধু এভিনিউত সংঘটিত হৈছিল।[3]
ইতিহাস
সম্পাদনা কৰক১৯৫০-ৰ দশকত প্ৰথমবাৰৰ বাবে এই পথৰ পৰা বিমানবন্দৰলৈ এটা দ্বিমুখী পথ নিৰ্মাণ কৰা হৈছিল।[4] ১৯৬০-ৰ দশকত বঙ্গবন্ধু এভিনিউত বহুতো জনপ্ৰিয় ৰেষ্টুৰেণ্ট আৰু ভোজনালয় আছিল; যেনে- কাচবাহ, লা চানী, চু-চিন-চাউ, চুইট হেভেন, চেলিমাবাদ হোটেল, ৰেক্স আদি।[5] বঙ্গবন্ধু এভিনিউ পূব পাকিস্তানৰ ৰাজনীতিৰ বিভিন্ন ঐতিহাসিক ঘটনাৰ সাক্ষী।[6]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Rahman, Mahmud (6 April 2017). "A mythical place called Bangla Motors". Dhaka Tribune. https://archive.dhakatribune.com/magazine/arts-letters/2017/04/06/mythical-place-called-bangla-motors.
- ↑ Fazlur Rahman Raju (21 June 2018). "Awami League’s new central office to open on June 23". Dhaka Tribune. https://archive.dhakatribune.com/bangladesh/dhaka/2018/06/21/awami-league-s-new-central-office-to-open-on-june-23.
- ↑ "Witness Account: When all hell broke loose". The Daily Star. 19 August 2015. https://www.thedailystar.net/august-21-carnage/witness-account-when-all-hell-broke-loose-129172.
- ↑ AM Chowdhury (2012). "Dhaka". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 28 November 2024.
- ↑ Hussain, Sajjad (18 May 2021). "Eateries of ‘60s: A walk down memory lane". The Daily Star. https://www.thedailystar.net/lifestyle/news/eateries-60s-walk-down-memory-lane-2094169.
- ↑ Ahmed, Tofail (23 February 2015). "'৬৯-এৰ গণঅভ্যুত্থান বঙ্গবন্ধু ও বাংলাদেশ". Samakal. Archived from the original on 27 February 2022. https://web.archive.org/web/20220227162629/https://samakal.com/todays-print-edition/tp-others/article/1502120422/%E0%A7%AC%E0%A7%AF-%E0%A6%8F%E0%A6%B0-%E0%A6%97%E0%A6%A3%E0%A6%85%E0%A6%AD%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%A4%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8-%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%81-%E0%A6%93-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6.
অধিক জানিবলৈ পঢ়ক
সম্পাদনা কৰক- গজালা শেখ আকবৰ (২৯ সেপ্টেম্বৰ ২০১৮). "ALL ROADS LEAD TO GULISTAN". দ্য ডেইলি ষ্টাৰ. https://www.thedailystar.net/literature/news/all-roads-lead-gulistan-1640029.