বল বৰ্মা
(বলবৰ্মাৰ পৰা পুনঃনিৰ্দেশিত)
| ||||||||||||||||||||||||||||||||||||||||||||||||
বল বৰ্মা (ইংৰাজী: Bala Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ তৃতীয়জন ৰজা আছিল। এওঁ সমুদ্ৰ বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৯৮ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱতী আছিল। তেওঁৰ পিছত কল্যাণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
লগতে চাওক
সম্পাদনা কৰকলগতে পঢ়ক
সম্পাদনা কৰক- The Social History of Kamarupa by Nagendranath Vasu
- Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India : history, art, traditions by Chandra Dhar Tripathi, Indian Institute of Advanced Study