বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী

পৰিচয় সম্পাদনা কৰক

অসমীয়া সাহিত্যৰ লগতে ইংৰাজী সাহিত্যৰ প্ৰচুৰ জ্ঞানসম্পন্ন প্ৰাধ্যাপক, সাহিত্যিক বসন্ত কুমাৰ শৰ্মা ৰ সমগ্ৰ ৰচনাৰাজিক সামৰি বসন্ত কুমাৰ ৰচনাৱলী প্ৰকাশ পাইছে। বৰ্তমানলৈকে ইয়াৰ প্ৰকাশিত খণ্ডৰ সংখ্যা দুটা। দুয়োটা খণ্ডতে তেখেতৰ পাশ্চাত্য সাহিত্য সম্পৰ্কীয় ৰচনাৰাজি সন্নিৱিষ্ট হৈছে।[1] অজিৎ শইকীয়াৰ সম্পাদনাত সুহৃদ-প্ৰাক্তন বিদ্যাৰ্থী গোট অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা দুয়োটা খণ্ডৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় আগষ্ট ২০২১ত।

প্ৰথম খণ্ড সম্পাদনা কৰক

# ৰোমান্টিক কবিৰ কাব্যবিচাৰ সম্পাদনা কৰক

প্ৰথম অধ্যায়
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ মতে কবিতাৰ স্বৰূপ আৰু কবিৰ প্ৰকৃতি

দ্বিতীয় অধ্যায়

  • 'বায়োগ্ৰাফিয়া লিটাৰেৰিয়া' আৰু কোলেৰিজৰ কাব্যবিচাৰ

তৃতীয় অধ্যায়

  • শ্যেলীৰ কাব্যতত্ত্বঃ এটি বিশ্লেষণ

চতুৰ্থ অধ্যায়

  • কীট্ছৰ দৃষ্টিত কবিতা

# গ্ৰীক ট্ৰেজেডী আৰু চফ'ক্লিজ সম্পাদনা কৰক

প্ৰথম অধ্যায়

  • গ্ৰীক ট্ৰেজেডীঃ এটি পৰিচয়

দ্বিতীয় অধ্যায়

  • নাট্যকাৰ চফ'ক্লিজ

তৃতীয় অধ্যায়

  • ৰজা ইডিপাছঃ এটি চমু আলোচনা

# পাশ্চাত্য সাহিত্যঃ কবিতা সম্পাদনা কৰক

  • ওৱাৰ্ডছ্ওৱাৰ্থৰ কাব্য-সম্ভাৰ আৰু ইয়াৰ ৰূপ-বৈচিত্ৰ্য
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ কাব্য-জীৱনৰ বিভাগ
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ কবিতাত বিবিধ প্ৰভাৱ
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ কবিতাৰ কেইটিমান প্ৰাসংগিক দিশ
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ লুচী কবিতাপুঞ্জ (Lucy Poems)
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ দুটি প্ৰখ্যাত কবিতা

# টেনিচন আৰু ব্ৰাউনিঙৰ কবিতা সম্পাদনা কৰক

দ্বিতীয় খণ্ড সম্পাদনা কৰক

১) ইয়েটছ আৰু এলিয়টৰ কবিতা সম্পাদনা কৰক

২) বিবিধ প্ৰবন্ধ সম্পাদনা কৰক

৩) প্ৰাচীন ৰোমান সাহিত্য সম্পাদনা কৰক

৪) পাশ্চাত্য সাহিত্যৰ ৰেঙণি সম্পাদনা কৰক

৫) নাট্যকাৰ ইউৰিপিদিজ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী,প্ৰথম আৰু দ্বিতীয় খণ্ড, প্ৰথম প্ৰকাশ আগষ্ট,২০২১ সম্পাٜ ড০ অজিত শইকীয়া, প্ৰকাশক সুহৃদ-প্ৰাক্তন বিদ্যাৰ্থী গোট অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে

[1]

  1. বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী,প্ৰথম আৰু দ্বিতীয় খণ্ড, প্ৰথম প্ৰকাশ আগষ্ট,২০২১ সম্পাٜ ড অজিৎ শইকীয়া, প্ৰকাশক সুহৃদ-প্ৰাক্তন বিদ্যাৰ্থী গোট অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে