খ (বঙালী)

বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২য় আখৰ
(বাংলা আখৰ খৰ পৰা পুনঃনিৰ্দেশিত)

(বঙালী লিপিত খ, আই-পি-এ:/kʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২য় আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ খ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰববৰ্ণৰ সৈতে যোগ হ'লে সম্পাদনা কৰক

আ-- খা

ই-- খি

ঈ-- খী

উ-- খু

ঊ-- খূ

ঋ-- খৃ

এ-- খে

ঐ-- খৈ

ও-- খো

ঔ-- খৌ

"খ"ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • খেল

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি