খ
এই প্ৰবন্ধটো অসমীয়া ভাষাৰ বৰ্ণটোৰ বিষয়ে। বঙালী ভাষাৰ বৰ্ণটোৰ বাবে বাংলা আখৰ খ চাওক।
খ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'খ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'খ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'খ'-ক এনেদৰে লিখা যায়।[2]
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'খ'ৰ লগত যোগ হ'লে |
---|---|
অ | খ |
আ | খা |
ই | খি |
ঈ | খী |
উ | খু |
ঊ | খূ |
ঋ | খৃ |
এ | খে |
ঐ | খৈ |
ও | খো |
ঔ | খৌ |
যুক্তবৰ্ণ (খ যোগ)
সম্পাদনা কৰকখ্ + য = খ্য = খ্যাতি
'খ'ৰে আৰম্ভ শব্দ
সম্পাদনা কৰকইউনিক’ড
সম্পাদনা কৰকচিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[3] |
---|---|---|---|
খ | খ | U+0996 |
BENGALI LETTER KHA |
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)