(বঙালী লিপিত ম, আই-পি-এ:/mɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৫তম্ আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ম উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

আ-- মা

ই-- মি

ঈ-- মী

উ-- মু

ঊ-- মূ

ঋ-- মৃ

এ-- মে

ঐ-- মৈ

ও-- মো

ঔ-- মৌ

"ম"ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • মা (মা)
  • মন (মন)
  • মন্দির (মন্দিৰ)
  • মেঘ (মেঘ)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি