বাঘ নাচ ভাৰতওড়িশা ৰাজ্যৰ এক লোক-নৃত্য। ওড়িশাৰ সুবৰ্ণপুৰ জিলাৰ বিংকা, সোণপুৰ আৰু গঞ্জাম জিলাব্ৰহ্মপুৰ আৰু আন কোনো কোনো ঠাইত চ’ত মাহত এই নৃত্য পৰিৱেশন কৰা হয়। নৃত্য পৰিৱেশন কৰোঁতে পুৰুষ নৃত্যশিল্পীজনে নিজকে বাঘৰ দৰে ৰং কৰাৰ বাবেই ইয়াক বাঘ নাচ বোলা হয়।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক