উৰিষ্যা
ভাৰতৰ ৰাজ্য
(ওড়িশাৰ পৰা পুনঃনিৰ্দেশিত)
উৰিষ্যা ভাৰতৰ পূৱ প্ৰান্তৰ এখন ৰাজ্য। এই ৰাজ্য পৰ্যটনৰ সুব্যৱস্থাৰ বাবে জনা যায়। ৰাজ্যখনৰ ৰাজধানী ভুবনেশ্বৰক চিটি অৱ টেম্পলচ্ বা মন্দিৰৰ নগৰ বোলা হয়।
উৰিষ্যা ଓଡ଼ିଶା (ওড়িশা) |
|
---|---|
— ৰাজ্য — | |
ভাৰতবৰ্ষত উৰিষ্যাৰ অৱস্থান | |
উৰিষ্যা ৰাজ্যৰ মানচিত্ৰ | |
ভৌগোলিক স্থানাংক (ভুবনেশ্বৰ): 23°50′N 91°17′E / 23.84°N 91.28°Eস্থানাংক: 23°50′N 91°17′E / 23.84°N 91.28°E | |
দেশ | ![]() |
প্ৰতিষ্ঠা | ১ এপ্ৰিল ১৯৩৬ (উৎকল দিবস/উৰিষ্যা দিবস) |
ৰাজধানী | ভুবনেশ্বৰ |
জিলা | ৩০ |
চৰকাৰ | |
- ৰাজ্যপাল | এচ্ চি জমিৰ |
- মুখ্য মন্ত্ৰী | নবীন পট্টনায়ক |
- বিধান সভা | এককক্ষীয় |
- লোকসভা | |
- উচ্চ ন্যায়ালয় | উৰিষ্যা উচ্চ ন্যায়ালয় |
মাটিকালি | |
- মুঠ | ১,৫৫,৮২০ কি.মি.২ (৬০,১৬২.৪ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | ৯ম |
জনসংখ্যা (২০১১) | |
- মুঠ | ৪,১৯,৪৭,৩৫৮ জন |
- স্থান | ১১তমতম |
- জনঘনত্ব | ২৬৯.২ প্ৰতি বৰ্গ কি.মি. (৬৯৭.২ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-TR |
সাক্ষৰতা হাৰ | ৭৩.৪৫% |
চৰকাৰী ভাষা | উড়িয়া |
ৱেবছাইট | odisha.gov.in |
ৰাজ্যখনৰ কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গ, ঝাৰখণ্ড, ছত্তীছগঢ় আৰু অন্ধ্ৰ প্ৰদেশ আছে। ৰাজ্যখনৰ সোঁফালে বঙ্গোপসাগৰ আছে।
ভাষাসম্পাদনা কৰক
উৰিষ্যাৰ ৰাজ্য ভাষা উড়িয়া।