বাণী ভজন (ইংৰাজী: Vani Bhojan) হৈছে তামিলনাডুৰ নীলগিৰি জিলাৰ উদগমণ্ডলম (চমুকৈ উটি)-ত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ফেশ্বন মডেল।[3][1] তেওঁ মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। টেলিভিচনৰ 'দৈৱমঙ্গল' ধাৰাবাহিকৰ সত্যা চৰিত্ৰৰ অভিনয় কৰাত তেওঁ অধিক জনাজাত হয়, যাৰ ফলত বাণী ভজনে ২০১৮ চনত 'চান কুদুমবাম ভীৰুথুগাল ফ’ৰ বেষ্ট এক্ট্ৰেচ্‌' বঁটা লাভ কৰিবলৈ সক্ষম হয়।[4]

বাণী ভজন
জন্ম ৭ ডিচেম্বৰ, ১৯৮৮ (৩৫ বছৰ)
উদগমণ্ডলম, নীলগিৰি জিলা, তামিলনাডু[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয়, মডেল
সক্ৰিয় হৈ থকা সময় ২০১২–বৰ্তমান
উল্লেখযোগ্য কৰ্ম অৰ্ৰ ইৰাভূ  (২০১০),
চিল্ক  (২০১৮),
অঃ মাই কাডাভুলে  (২০২০)[2]
উচ্চতা ৫ ফুট ৫ ইঞ্চি (১.৬৫ মিটাৰ)[1]

জন্ম পৰিচয় সম্পাদনা কৰক

বাণী ভজন ১৯৮৮ চনৰ ৭ ডিচেম্বৰত তামিলনাডুৰ নীলগিৰি জিলাৰ উদগমণ্ডলম (চমুকৈ উটি) -ত জন্মগ্ৰহণ কৰে।[1] তেওঁৰ পিতৃ এগৰাকী ৱাইল লাইফ ফটোগ্ৰাফাৰ।[5][4]

কেৰিয়াৰ সম্পাদনা কৰক

টেলিভিচন সম্পাদনা কৰক

২০১২ চনত জয়া টিভিৰ ধাৰাবাহিক মায়াত অভিনয় কৰাৰ সময়ত তেওঁ মডেল হিচাপে পৰিৱেশন কৰে। পিছত তেওঁ বিজয় টিভিত প্ৰচাৰিত ধাৰাবাহিক 'আশা'ত মুখ্য ভূমিকা পালন কৰে।[6] আশাৰ পৰিসমাপ্তিৰ পিছত তেওঁ চান টিভিৰ ধাৰাবাহিক দৈৱমাঙ্গলৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁক জি তামিলৰ 'লক্ষ্মী ভানদাসু'টো দেখা গৈছিল।

চলচ্চিত্ৰ সম্পাদনা কৰক

 
Vani Bhojan

২০১৯ চনত বাণী ভজনে তেলুগু ছবি 'মেকু মাথ্ৰামে চেপ্‌থা'ত আত্মপ্ৰকাশ কৰে।[7] ২০২০ চনত তেওঁ অশোক চেলভানৰ সৈতে তামিল ছবি 'অঃ মাই কাডাভুলে'ত অভিনয় কৰে,[8] লগতে তেওঁ বৈভৱ ৰেড্ডীৰ সৈতে 'ল’ক আপ' চলচ্চিত্ৰত কাম কৰে।

টেলিভিচন সম্পাদনা কৰক

বৰ্ষ শিৰোনাম চৰিত্ৰ ভাষা চেনেল বিৱৰণ
২০১২ মায়া মায়া তামিল জয়া টিভি লীড
২০১২ আশা স্ৰুতী তামিল ষ্টাৰ বিজয় লীড
২০১৩–২০১৮ দৈৱমঙ্গল সত্যা প্ৰিয়া তামিল চান টিভি লীড[9]
২০১৫–২০১৬ লক্ষ্মী ভানদাসু নন্দিনী, লক্ষ্মী, ঝাঞ্চি তামিল জি তামিল লীড[10]
২০১৬ কমেডী জংচন নিজে তামিল চান টিভি স্পেচিয়েল এপিয়াৰেঞ্চ
২০১৭ আশাথল চুট্টিচ্‌ এণ্ড খিল্লাটী কিডচ্‌ নিজে তামিল আৰু কন্নড় চান টিভি আৰু উদয় টিভি বিচাৰক
২০১৮ দৈৱমঙ্গল কুদুমবাম ভিঝা নিজে তামিল চান টিভি অতিথি
২০১৮ চুপাৰ চেলেঞ্জ নিজে তামিল চান টিভি অতিথি
২০১৮ কিংচ্‌ অফ কমেডী জুনিয়ৰ নিজে তামিল ষ্টাৰ বিজয় অতিথি
২০১৮ চাভালে চামেলী নিজে তামিল চান টিভি অতিথি
২০২০ জেঞ্চ নিজে তামিল জি টিভি অতিথি
২০২০ স্পীড গেট চেট গ’ নিজে তামিল ষ্টাৰ বিজয় অতিথি

ফিল্ম’গ্ৰাফী সম্পাদনা কৰক

টোকা
  এতিয়াও মুক্তি লাভ কৰা নাই
বৰ্ষ শিৰোনাম চৰিত্ৰ পৰিচালক ভাষা নোট
২০১০ অৰ্ৰ ইৰাভূ হেভান্থিকা (ডেইজী) হৰি শঙ্কৰ
হৰিশ নাৰায়ণ
কৃৃৃৃষ্ণ শেখৰ
তামিল
২০১২ আধিগাৰাম ৭৯ ডা° পূজা বিনোদ ভিৰা তামিল
২০১৯ মেকু মাথ্ৰামে চেপ্‌থা ষ্টেফি সমীৰ চুলটান তেলুগু
২০২০ অঃ মাই কাডাভুলে মীৰা আস্বাথ মাৰিমুথি তামিল
২০২০ ল’ক আপ মীনা এচ.জি. চাৰ্লেচ্‌ তামিল জী৫ ফিল্ম[11]
২০২০ ইউনাইটেড আধাভ কান্নাধাচান ফিল্ম  ঘোষণা হ’ব তামিল প’ষ্ট-প্ৰডাকচন[12]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Bani Bhojan". Starsunfolded.com. https://starsunfolded.com/vani-bhojan/। আহৰণ কৰা হৈছে: 20 June 2020. 
  2. "Vani Bhojan". Imdb.com. https://m.imdb.com/name/nm4224187/bio?ref_=m_mn_ov_bio। আহৰণ কৰা হৈছে: 20 June 2020. 
  3. "Vani Bhojan Biography". https://www.filmibeat.com/celebs/vani-bhojan/biography.html। আহৰণ কৰা হৈছে: 20 June 2020. 
  4. 4.0 4.1 "Vani Bhojan Wiki (Actress) Age, Height, Husband, Biography, Family & Facts". Dreshare.com. https://www.dreshare.com/vani-bhojan/। আহৰণ কৰা হৈছে: 20 June 2020. 
  5. "Vani Bhojan (Deivamagal Sathya)". Behindtalkies.com. https://behindtalkies.com/vani-bhojan/। আহৰণ কৰা হৈছে: 20 June 2020. 
  6. Rangarajan, Malathi (5 May 2012). "Straddling screens". The Hindu. https://www.thehindu.com/features/metroplus/radio-and-tv/straddling-screens/article3387515.ece. 
  7. Chowdhary, Y. sunita (16 November 2019). "Vani Bhojan makes a smooth transition from TV to cinema". The Hindu. https://www.thehindu.com/entertainment/movies/vani-bhojan-is-to-happy-to-have-made-a-telugu-film-debut-with-meeku-maathrame-cheptha/article29991904.ece. 
  8. "Ashok Selvan & Ritika come together for fun romcom - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/ashok-selvan-ritika-come-together-for-fun-romcom/articleshow/71097443.cms। আহৰণ কৰা হৈছে: 2019-10-15. 
  9. "Deivamagal come to an end". Times of India. https://m.timesofindia.com/tv/news/tamil/deivamagal-comes-to-an-end/articleshow/63080540.cms. 
  10. "Lakshmi Vanthachu is the new mega serial in town". Times of India. https://m.timesofindia.com/tv/news/tamil/Lakshmi-Vanthachu-is-the-new-mega-serial-in-town/articleshow/47829021.cms. 
  11. "The upcoming investigative drama starring Vaibhav, Venkat Prabhu and Vani Bhojan is bankrolled by Nitinsathyaa". 12 November 2019. https://m.timesofindia.com/entertainment/tamil/movies/news/vaibhav-vani-bhojans-lock-up-teaser/amp_articleshow/72033897.cms#aoh=15924981982182&referrer=https%3A%2F%2Fwww.google.com&amp_tf=From%20%251%24s. 
  12. "VANI BHOJAN ON A ROLL! AFTER ATHARVAA, HER NEXT WITH ANOTHER LEADING HERO COMPLETES!". 10 February 2020. https://m.behindwoods.com/amp/tamil-movies-cinema-news-16/after-atharvaa-vani-bhojan-completes-a-film-next-with-aadhav-kannadasan.html. 

বাহ্যিক সংযোগ সম্পাদনা কৰক