বান্দৰডিমা গছ
বান্দৰডিমা[2] (বৈজ্ঞানিক নাম: Dysoxylum gotadhora) মেলিয়েচিয়া (Meliaceae) পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই ভূটান, ভাৰত, লাওছ, নেপাল, থাইলেণ্ড, আৰু ভিয়েটনামৰ স্থানীয় উদ্ভিদ। ভাৰত আৰু শ্ৰীলংকাত ইয়াক Dysoxylum ficiforme[3] আৰু D. binectariferum[4] বুলিও নামকৰণ কৰা হৈছে।
বান্দৰডিমা গছ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Sapindales |
পৰিয়াল: | Meliaceae |
গণ: | Dysoxylum |
প্ৰজাতি: | D. gotadhora |
বৈজ্ঞানিক নাম | |
Dysoxylum gotadhora (Buch.-Ham.) Mabb. | |
সমাৰ্থক[1] | |
তালিকা
|
বিৱৰণ
সম্পাদনা কৰকবান্দৰডিমা গছজোপা ২০ মিটাৰ (৭০ ফুট) পৰ্যন্ত ওখ হয়।[5] ইয়াৰ কাঠৰ ৰঙ ৰঙা।[6] পাতবোৰ যৌগিক।[7] ফুলবোৰ বগা ৰঙৰ। ফলবোৰত চাৰিটা বীজ থাকে আৰু ফলবোৰ পকিলে ৰঙা হৈ পৰে। বীজবোৰ বগা মাংসযুক্ত আৰু বীজৰ বাকলি গাঢ় বেঙুনীয়া বৰণৰ।[8]
ৱিকিপ্ৰজাতিত Dysoxylum gotadhora সম্পৰ্কে অধিক তথ্য আছে |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Dysoxylum gotadhora (Buch.-Ham.) Mabb.". The Plant List. http://www.theplantlist.org/tpl1.1/record/kew-2607025। আহৰণ কৰা হৈছে: 7 July 2015.
- ↑ India biodiversity Portal
- ↑ "Dysoxylum ficiforme (MELIACEAE) : Akil, Karakil, Puvilakil". Keralaplants.in. http://keralaplants.in/keralaplantsdetails.aspx?id=Dysoxylum_ficiforme। আহৰণ কৰা হৈছে: 16 November 2021.
- ↑ "Dysoxylum binectariferum (Roxb.) Hook.f. ex Bedd. | Plants of the World Online | Kew Science" (en ভাষাত). Plants of the World Online. http://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:578076-1। আহৰণ কৰা হৈছে: 2022-12-07.
- ↑ "Dysoxylum gotadhora in Flora of China @ efloras.org". Efloras.org. http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=250084152। আহৰণ কৰা হৈছে: 16 November 2021.
- ↑ "Dysoxylum gotadhora - Useful Tropical Plants". Tropical.theferns.info. http://tropical.theferns.info/viewtropical.php?id=Dysoxylum+gotadhora। আহৰণ কৰা হৈছে: 16 November 2021.
- ↑ "Dysoxylum ficiforme (Wight) Gamble | Species". India Biodiversity Portal. https://indiabiodiversity.org/species/show/11156। আহৰণ কৰা হৈছে: 16 November 2021.
- ↑ "Dysoxylum ficiforme - MELIACEAE". Biotik.org. http://www.biotik.org/india/species/d/dysofici/dysofici_en.html। আহৰণ কৰা হৈছে: 16 November 2021.