বাবা ফৰিদ (প্ৰকৃত নাম ফৰিদ্দুদিন গঞ্জশকাৰ) (৪ এপ্ৰিল ১১৭৩ – ৭ মে ১২৬৬) এজন ত্ৰয়াশ শতিকাৰ পাঞ্জাৱী চুন্নী মুছলমান প্ৰচাৰক আৰু ৰহস্যবাদী আছিল, যি মধ্যযুগৰ আটাইতকৈ শ্ৰদ্ধাৰ আৰু বিশিষ্ট মুছলমান ৰহস্যবাদীসকলৰ মাজৰ এজন আছিল। তেওঁক শ্ৰদ্ধাৰে পঞ্জাৱ অঞ্চলৰ মুছলমান, হিন্দু আৰু শিখসকলৰ দ্বাৰা “বাবা ফৰিদ” বা “শ্বেখ ফৰিদ” বুলি জনা যায়, বা কেৱল “ফৰিদ্দুদিন“ গঞ্জশকাৰ বুলি জনা যায়।[1][2][3]

  1. Singh, Paramjeet (2018-04-07) (en ভাষাত). Legacies of the Homeland: 100 Must Read Books by Punjabi Authors. Notion Press. পৃষ্ঠা. 192. ISBN 978-1-64249-424-2. https://books.google.com/books?id=lbZUDwAAQBAJ&pg=PT192. 
  2. Sheikh Fariduddin Ganj-i-Shakar Archived 30 June 2015 at the Wayback Machine Ain-e-Akbari by Abul Fazal, English translation, by Heinrich Blochmann and Colonel Henry Sullivan Jarrett, 1873–1907. The Asiatic Society of Bengal, Calcutta; Volume III, Saints of India. (Awliyá-i-Hind), page 363
  3. Sheikh Farid, by Dr. Harbhajan Singh. Hindi Pocket Books, 2002. আই.এচ.বি.এন. 81-216-0255-6. Page 11.