বাবুশান মহান্তি
ভাৰতীয় অভিনেতা
(বাবুশানৰ পৰা পুনঃনিৰ্দেশিত)
বাবুশান মহান্তি (ওড়িয়া: ବାବୁଶାନ୍ ମହାନ୍ତି) ওড়িশাৰ চলচ্চিত্ৰৰ এজন সফল আৰু জনপ্ৰিয় অভিনেতা তথা সঙ্গীতশিল্পী। তেওঁৰ আচল নাম তন্ময় মহান্তি।[1]
বাবুশান মহান্তি | |
---|---|
ছুপাৰ মিছুয়া ছায়াছবিৰ দৃশ্যত নায়ক বাবুশান | |
স্থানীয় নাম | বাবুশান (ବାବୁଶାନ୍) |
জন্ম | তন্ময় মহান্তি (ତନ୍ମୟ ମହାନ୍ତି) ৩০ জুলাই, ১৯৮৯ (৩৫ বছৰ) ভুবনেশ্বৰ, উৰিষ্যা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | DAV পাবলিক স্কুল, চন্দ্ৰশেখৰপুৰ; KIIT বিশ্ববিদ্যালয় |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০০৯- বৰ্তমান |
পিতৃ-মাতৃ | উত্তম মহান্তি অপৰাজিতা মহান্তি[1][2] |
প্ৰাথমিক জীবন
সম্পাদনা কৰকওড়িয়া ছবিৰ নায়ক বাবুশান মহান্তি ১৯৮৯ চনৰ ৩০ জুলাইত উৰিষ্যাৰ ভুবনেশ্বৰত জন্মগ্ৰহণ কৰে আৰু তাতেই ডাঙৰ-দীঘল হয়। তেওঁ ওলিউডৰ জনপ্ৰিয় অভিনেতা উত্তম মহান্তি আৰু অভিনেত্ৰী অপৰাজিতা মহান্তিৰ একমাত্ৰ সন্তান।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Biography of Babusan Mohanty - www.entdiary.com". Archived from the original on 2017-12-06. https://web.archive.org/web/20171206023633/http://www.entdiary.com/biography/babushan-mohanty.htm। আহৰণ কৰা হৈছে: 2017-12-09.
- ↑ Babusan Mohanty - www.incredibleorissa.com