বাসুগাঁও (ইংৰাজী: Basugaon, (IPA:ˈbɑːsʊˌgɑ̃ʊ)) অসমচিৰাং জিলাত অৱস্থিত এখন নগৰ৷

বাসুগাঁও
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা চিৰাং জিলা
উচ্চতা
৪৭ মিটাৰ (১৫৪ ফুট)
জনসংখ্যা
 (2001)
 • মুঠ
12,441

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

উল্লেখযোগ্য বিদ্যালয়

সম্পাদনা কৰক
  • বাসুগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয়
  • নেতাজী সুভাষ বিদ্যানিকেতন
  • জ্ঞানপীঠ জাতীয় বিদ্যালয়
  • ৰাজা অজিত নাৰায়ন দেব ছোৱালী এম ই স্কূল
  • গুৰুকুল ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়

উল্লেখযোগ্য মহাবিদ্যালয়

সম্পাদনা কৰক
  • বাসুগাঁও মহাবিদ্যালয়[1]
  • আচাৰ্য কনিষ্ঠ মহাবিদ্যালয়
  • বাসুগাঁও ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

যাতায়ত ব্যৱস্থা

সম্পাদনা কৰক

বাসুগাঁও উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্ভুক্ত৷ চিৰাং জিলাত থকা ৰেলৱে ষ্টেচনৰ ভিতৰত বাসুগাঁও ৰেলৱে ষ্টেচন অন্যতম৷

অন্যান্য পথ

সম্পাদনা কৰক

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে বাসুগাঁওক অন্যান্য ৰাজ্য যেনে বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ সৈতে সংযোগ কৰিছে৷ তাৰোপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথো এই অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে৷

উল্লেখযোগ্য স্থান

সম্পাদনা কৰক

মঠ-মন্দিৰ

সম্পাদনা কৰক
  • ৰজা ঠাকুৰ মন্দিৰ
  • কালি মন্দিৰ
  • গোবিন্দ মন্দিৰ
  • ৰামকৃষ্ণ আশ্ৰম

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "আৰ্কাইভ কপি". Archived from the original on 2017-08-09. https://web.archive.org/web/20170809185228/http://www.htcampus.com/college/basugaon-college/। আহৰণ কৰা হৈছে: 2014-01-22.